Sonari Health Department Recruitment Scam: নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া - Sonari MLA Dhrmeswar Konwar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2022, 12:27 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈৰ গ্ৰেপ্তাৰ (Chief Accountant of Charaideu health joint director arrested) আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে (Sonari health department recruitment scam) । অমৃত গগৈৰ গ্ৰেপ্তাৰৰ পাছতেই নিতৌ উক্ত নিযুক্তি কেলেংকাৰীৰে জড়িত ন ন তথ্য পোহৰলৈ আহিছে । জড়িত হৈ পৰিছে বিভিন্নজনৰ নাম । সমগ্ৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে (Sonari MLA Dhrmeswar Konwar) । বিধায়কগৰাকীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিকা আৰু দোষীক উচিত শাস্তি বিহিবলৈ আৰক্ষী তথা প্ৰশাসনক আহ্বান জনায় । লগতে হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma) শাসন কালতে দুৰ্নীতিবিৰোধী অভিযান অধিক সক্ৰিয় হ'ব বুলি জনসাধাৰণক আশ্বাস প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.