Man injured of electric shock: বিদ্যুৎস্পৃষ্ট হৈ কৰ্তব্যৰত কৰ্মচাৰী আহত - Man injured of electric shock at Kaliabar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2022, 11:02 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

কলিয়াবৰত অঘটন ৷ বৃহস্পতিবাৰে কলিয়াবৰৰ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ হাতীমূৰাৰ কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ এজন কৰ্তব্যৰত কৰ্মচাৰী গুৰুত্বৰভাৱে আহত হয় (Man injured of electric shock)৷ লগে লগে এই ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা বিভাগটোৰ চতুৰ্থবৰ্গ কৰ্মচাৰী হিৰণ্য বৰদলৈক জখলাবন্ধা হাস্পতালত (Jakhlabandha Hospital) ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ জলসিঞ্চন আঁচনিৰ পাম্প চলাবলৈ চেষ্টা কৰোঁতেই শ্বৰ্ট ছাৰ্কিট হোৱা বুলি জানিব পৰা গৈছে (One Injured at Kaliabar)৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.