thumbnail

By

Published : Aug 19, 2022, 4:17 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

কৃষ্ণ বন্দনাৰে মুখৰিত সত্ৰ নগৰী মাজুলী

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Krishna janmashtami 2022) ৷ সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Krishna Janmashtami celebrates in Majuli) । জন্মাষ্টমী উপলক্ষে মাজুলীৰ সত্ৰ-নামঘৰসমূহত পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে । এক কথাত ক’বলৈ গ’লে কৃষ্ণ ৰসত বিলিন হৈছে সত্ৰপীঠ মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু ৩৫ খন সত্ৰৰ ভকত বৈষ্ণৱ ৷ আনহাতে, মাজুলীৰ মেখেলিগাঁৱৰ নামঘৰতো বিগত বছৰসমূহৰ দৰে উলহ মালহেৰে গাঁৱৰ ৰাইজে পালন কৰিছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.