শিশু নিৰ্যাতনত অভিযুক্ত ধেমাজিৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষকক ক্ৰাইম ব্ৰান্সত জেৰা - excise officer of Dmemaji arrested
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16247389-69-16247389-1661943552586.jpg)
ধেমাজি জিলাৰ আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক ক্ৰাইম ব্ৰান্সত জেৰা (excise officer interrogated in crime branch)। বুধবাৰে আদালতত হাজিৰ কৰাব বিষয়াগৰাকীক । প্ৰীতম বৰুৱাৰ বিৰুদ্ধে শিশু নিৰ্যাতন চলোৱাৰ অভিযোগ (excise officer accused of child abuse) । Pocso আইনৰ অধীনত ৰুজু হৈছিল গোচৰ ৷ ৮/২২ নম্বৰত ৰুজু হৈছে গোচৰ । বৰ্তমান তদন্ত অব্যাহত আছে । উল্লেখ্য যে শিশুক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত আবকাৰী বিষয়াগৰাকীক মঙলবাৰে দুপৰীয়া ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হয় (excise officer of Dmemaji arrested । উল্লেখ্য, প্ৰীতম বৰুৱা ধেমাজিৰ লগতে লখিমপুৰ জিলাৰ আবকাৰী বিভাগৰো দায়িত্বত আছে । অৱশ্যে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ তথা গোচৰৰ বিতং তথ্য জনোৱা নাই আৰক্ষীয়ে (excise superintendent incharge of Dhemaji arrested) ।
Last Updated : Feb 3, 2023, 8:27 PM IST