Anti Drugs Mission in Nagaon: পুৰণিগুদাম আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

By

Published : Jun 6, 2022, 3:34 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail
পুৰণিগুদামৰ বিষয়াচুকত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী (Drugs peddler arrested at Puranigudam)। সৰবৰাহকাৰী কেইটাৰ পৰা ১৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২.২ গ্ৰাম(Drugs seized at Puranigudam) । ধৃত সৰবৰাহকাৰীকেইটা পুৰণিগুদাম ন-আলিমূৰৰ মুজাকিৰ হুছেইন আৰু আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে । এখন ইলেক্ট্ৰনিক ৰিক্সাৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা চলাওতেই কৰায়ত্ব কৰে পুৰণিগুদাম আৰক্ষীয়ে । অঞ্চলটোৰ আন কেইবাজনো যুৱক এই বেহাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধৃত সৰবৰাহকাৰী দুটাই ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.