ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি চিকিৎসকৰ মৃত্যু - Doctor Pholgu Protim Das

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 8, 2022, 5:40 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

চাংসাৰীত অৱস্থিত AIIMS ত অঘটন । সাত মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হ’ল এগৰাকী চিকিৎসকৰ (Doctor dead in Changsari AIIMS) । চিকিৎসকগৰাকীৰ নাম ফল্গু প্ৰতীম দাস (Doctor Pholgu Protim Das)। ৰহস্যজনকভাৱে সাত মহলীয়া অট্টালিকাটোৰ পৰা পৰি গুৰুতৰভাৱে আহত চিকিৎসকজনক আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু ঘটে চিকিৎসকগৰাকীৰ ৷ এইয়া আত্মহত্যা নে আন কিবা সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ উল্লেখ্য যে, AIIMSৰ আৱাসিক চিকিৎসক হিচাপে কৰ্মৰত আছিল ফল্গু প্ৰতিম দাস ৷ জানিব পৰা মতে চিকিৎসকজনৰ ঘৰ মহানগৰীৰ অম্বিকাগিৰি নগৰত ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.