thumbnail

By

Published : Dec 3, 2022, 5:34 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Indian Army Distribute plastic feet : ৰঙিয়াত সেনা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

ৰঙিয়াত ভাৰতীয় সেনা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ (Indian Army Distribute plastic feet at Rangia)। ভাৰতীয় সেনাবাহিনীৰ ২৯ নং পাঞ্জাব ৰেজিমেন্টৰ উদ্যোগত আৰু ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সহযোগত সম্পূৰ্ণ বিনামূলীয়াকৈ শনিবাৰে বিকলাংগ লোক আৰু খোজ কাঢ়িব নোৱাৰা লোকসকলক প্লাষ্টিকৰ ভৰি, জোতা বিতৰণ কৰা হয় (Distribution of plastic feet and shoes)। জয়পুৰ ফুটৰ পৰা নিৰ্মাণ কৰা প্লাষ্টিকৰ ভৰি, জোতা সংযোজন কৰা হয় বিকলাংগ লোক আৰু খোজ কাঢ়িব নোৱৰা লোকসকলক (Indian Army Distribute plastic feet) । অসমৰ কেইবাখনো জিলাৰ খোজ কাঢ়িব নোৱৰা লোকসকলক প্লাষ্টিকৰ ভৰি সংযোজন কৰি দিয়াত উৎফুল্লিত বিকলাংগ লোকসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল । সেনা বাহিনীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিলে বিকলাংগ লোকসকলৰ অভিভাৱকসকলৰ লগতে ৰঙিয়াৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.