thumbnail

Devbhoomi Dwarka: দুই ষাঁড়ৰ যুঁজত আতংকিত দ্বাৰকাধীশ মন্দিৰত সমবেত ভক্ত

By

Published : Jul 25, 2022, 5:21 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

দেৱভূমি দ্বাৰকাৰ দ্বাৰকাধীশ মন্দিৰত দুটা ষাঁড়ৰ যুঁজৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Devbhoomi Dwarka viral video)। দ্বাৰকাধীশ মন্দিৰত সেৱা ল’বলৈ অহা ভক্তসকলক এই যুঁজে আতংকিত কৰি তুলিলে । যুদ্ধত লিপ্ত হোৱা দুই ষাঁড়ে কেইবাগৰাকীও ভক্তক হেঁচা মাৰি ধৰাৰ খবৰ লাভ কৰা গৈছে (Devotee crushed by bulls at Dwarkadhish temple) । পতাকা উত্তোলনৰ বাবে কৰা এক যাত্ৰাৰ সময়ত ষাঁড়ৰ এই যুঁজখনে আতংকৰ সৃষ্টি কৰে । উক্ত অঞ্চলত প্ৰায়েই ষাঁড়ৰ যুঁজ হৈ আহিছে যদিও স্থানীয় প্ৰশীসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপিত হৈছে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.