DAC poll 2022: জোনাইত ৯৬৮ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩ জন প্ৰাৰ্থীৰ - জোনাইত ৯৬৮ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩ জন প্ৰাৰ্থীৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16885604-thumbnail-3x2-mp.jpg)
বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা(DAC election counting 2022) ৷ মুঠ ৯৬৮ গৰাকী ভোটাৰ থকা ১২ নং জোনাই সমষ্টিত আজি ভাগ্য নিৰ্ণয় হ’ব ৩ জন প্ৰাৰ্থীৰ ৷ সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ হৈ হেমন্ত দেউৰী, কংগ্ৰেছ দলৰ পৰা সৰুমাই দেউৰী আৰু জেপিপি দলৰ ৰাজেশ দেউৰীয়ে এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে(Candidates of DAC election) ৷ জোনাই সমষ্টিত কোনে মাৰিব শেষ হাঁহি, সেয়া আজি স্পষ্ট হ’ব (DAC election at Jonai) ৷
Last Updated : Feb 3, 2023, 8:31 PM IST