DAC Election Result 2022 : 95 টা ভোটৰ ব্যৱধানত গহপুৰত শেষ হাঁহি মাৰিলে শশাংকৰ বৰদেউৰীয়ে - আম আদমী পাৰ্টি প্ৰাৰ্থী ৰাজু দেউৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16888941-thumbnail-3x2-bisdl.jpg)
অৱশেষত ঘোষণা হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC Election Result 2022) ৷ গহপুৰ বিধান সভা সমষ্টিৰ 22 নং দেউৰী স্বায়ত্তশাসিত পৰিষদত শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে (Shashank Bordeori win in DAC Election 2022 at Gohpur)৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে 95 টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । তাৰ বিপৰীতে জেপিপি দলৰ হেমন্ত দেউৰীয়ে 684 টা ভোট আৰু আম আদমী পাৰ্টি প্ৰাৰ্থী ৰাজু দেউৰীয়ে 21 টা ভোট লাভ কৰে ।
Last Updated : Feb 3, 2023, 8:31 PM IST