Bharat jodo yatra in Titabar: অসমৰ মুখ্যমন্ত্ৰীয়েও অসম ভাৰতৰ সৈতে থকাটো নিবিচাৰে: ভূপেন বৰা - Congress president Bhupen bora
🎬 Watch Now: Feature Video
তিতাবৰত আজি উপষ্ঠিত হয় ভাৰত জোড়ো যাত্ৰা(Bharat jodo yatra) ৷ ভাৰত জোড়ো কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছৰ দলৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক তীব্ৰ কটাক্ষ কৰে(Bharat jodo yatra in Titabar) । এদিন পূৰ্বে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমত কংগ্ৰেছ দলৰ ভাৰত জোড়ো কাৰ্যসূচীত চোৰ-ডকাইত আৰু পকেটমাৰ লোকে অংশগ্ৰহণ কৰিছে বুলি ৰাজ্যৰ প্ৰধান বিৰোধী দলটোক কটাক্ষ কৰাৰ পাছতে জয়ন্তমল্ল বৰুৱাক আজি সংবাদ মাধ্যমৰ আগত উভতি ধৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই(Congress leader Apurbba Bhattacharya) । লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰি কয় যে আলফাৰ দৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও অসমৰ লগত ভাৰত সংলগ্ন তথা একত্ৰিত হোৱাটো কেতিয়াও নিবিচাৰে (Congress president Bhupen bora) ।
Last Updated : Feb 3, 2023, 8:34 PM IST