দিলীপ শইকীয়াৰ মতে ৰাজ্যৰ 99 শতাংশ লোকে সমৰ্থন নকৰে কা বিৰোধী আন্দোলন
🎬 Watch Now: Feature Video
'কা' আন্দোলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ (BJP MP Dilip Saikia criticizes CAA protesters) ৷ তেওঁ কয়, ‘‘বৰ্তমান সময়ত অসমৰ মানুহে অন্তৰৰ পৰা আন্দোলন নিবিচাৰে । স্বাধীনোত্তৰ কালত হোৱা বিভিন্ন আন্দোলনৰ ফলশ্ৰুতিত বহু লোকৰ মৃত্যু হ'ল, বহু পংগু হ'ল । আন্দোলনৰ দ্বাৰা ৰাজ্যখনৰ বহু ক্ষতি হ'ল । সেইবাবে এতিয়া ৯৯% লোকেই কা আন্দোলনক সমৰ্থন নকৰে’’ । 'কা' সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে স্পষ্টতাৰে বুজাই দিয়াৰ পিছত ইয়াৰ বিৰোধিতা কৰাৰ কোনো বাস্তৱিকতা নাই বুলি সাংসদ শইকীয়াই দোহাৰে (Dilip Saikia on CAA protest) ।
Last Updated : Feb 3, 2023, 8:26 PM IST