thumbnail

By

Published : Feb 21, 2022, 8:40 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

আমছুৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত বৰভিঠা আঞ্চলিক সমিতিৰ উদ্যোগত বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমছুৰ তৃতীয় বাৰ্ষিক অধিৱেশন(3rd Annual Session of AAMSU)ৰ দেওবাৰে লাইখুটা স্থাপন কৰা হয় । উক্ত লাইখুটা স্থাপন(AAMSU 3rd Annual Session's Lai khuta set up) অনুষ্ঠানত উপস্থিত থাকে বৰভিঠা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী আমজাদ হুছেইন, কলগাছিয়া জিলা আমছুৰ সম্পাদক শ্বাহজাহান আলী, দক্ষিণ তিতাপানি সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদ আৰু সভাপতি ইছমাইল হুছেইন । ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.