Crime in Marigaon:মৰিগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Dec 31, 2022, 4:07 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
ৰাজ্যত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা । ইয়াৰ মাজতেই মৰিগাঁও আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী (Drugs seized at Marigaon)। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বৰিগাঁৱৰ আমিনুল ইছলাম ওৰফে গনেশ (Drugs dealer arrested in Marigaon)। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে দহটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে AS21F 5802 আৰু AS21K 4373 নম্বৰৰ দুখন স্কুটী, এটা ম'বাইল ফোনৰ উপৰি নগদ নহাজাৰ টকা জব্দ কৰে । উল্লেখ্য় যে ধৃত সৰবৰাহকাৰীটো ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহত জড়িত আছিল ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.