মাজুলীত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

By

Published : Feb 20, 2022, 1:40 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail
উপ নিৰ্বাচনৰ প্ৰাকক্ষণত(Majuli By Election 2022)মাজুলীত কংগ্ৰেছত ব্যাপক খহনীয়া । প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা প্ৰাক্তন কংগ্ৰেছী নেতা বলিৰাম নৰহৰ নেতৃত্বত শনিবাৰে জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত(Congress party workers join BJP in Majuli) । এই যোগদান সভাত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা, মিত্ৰ দলৰ প্ৰাৰ্থী ভুৱন গাম দেউৰী(Majuli BJP candidate Bhuvan Gam), স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী লগতে দলীয় কাৰ্যকর্তা ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.