কলগাছিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ - Himanta comment on Rahul Gandhi
🎬 Watch Now: Feature Video

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াত জনীয়া NSUI য়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি (Assam CM effigy burn by NSUI) হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি হায় হায়, হিমন্ত বিশ্ব ক্ষমা খোজক, এন এচ ইউ আই জিন্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে(NSUI protest at Kalgachia) । তেওঁলোকে ড৹ শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ লগতে মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈও দাবী জনায় ৷ অন্যথা অনাগত দিনত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জনীয়া NSUI য়ে ৷
Last Updated : Feb 3, 2023, 8:16 PM IST