সাতভনী কেৱল সীমা ঠেলাত ব্যস্ত থাকে : অতুল বৰা - Atul Bora on border dispute of Assam
🎬 Watch Now: Feature Video
‘‘এজিপি এৰি বিজেপিলৈ আহিলেও মোৰ আঞ্চলিকতাবাদৰ সত্তা একেই আছে । অসমৰ স্বাৰ্থত মই কাম কৰিবলৈ ভালপাও । চুবুৰীয়া ৰাজ্যসমূহে সীমা সমস্যাৰ স্থায়ী সমাধান কৰাৰ বিপৰীতে চৰকাৰৰ বৰমূৰীয়াসকল কেৱল সীমা ঠেলাকলৈ হে ব্যস্ত থাকে । আমি সততে কৈ থকা সাতভনীয়ে কেৱল অসমৰ সীমা ঠেলাতহে ব্যস্ত থাকে ।" জানো আহক কিয় এনে মন্তব্য কৰিলে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই(MLA Atul Bora on border conflict) ৷
Last Updated : Feb 3, 2023, 8:18 PM IST