ইউক্ৰেইনৰ পৰা অসমলৈ ঘূৰি অহা ছাত্ৰীৰ বৰ্ণনা :বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিলো আমি - ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14646913-thumbnail-3x2-hgg.jpg)
ইউক্ৰেইনৰ ভিনিৎসা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে ৰহাৰ গড়মাৰীৰ ভাৰ্গৱী গগৈয়ে ৷ 24 তাৰিখে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ (Russian invasion of Ukraine) কৰাৰ পিছত সতীৰ্থ সকলৰ সৈতে বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিল তেওঁ ৷ ভাৰ্গৱীসহ একাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীত যুদ্ধভূমি ইউক্ৰেইনৰ পৰা অতি কষ্টৰে সীমান্ত পাৰ হৈ ৰোমানিয়াত উপস্থিত হৈছিল (Indian student stranded in Ukraine) । চাও আহক এই যাত্ৰাৰ বৰ্ণনা ছাত্ৰী গৰাকীৰ মুখেৰেই ৷
Last Updated : Feb 3, 2023, 8:18 PM IST