thumbnail

By

Published : Feb 20, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট লীগত মেছ ফিক্সিঙৰ অভিযোগ

অসম ক্ৰিকেট সংস্থাৰ ক্ৰিকেট লীগত মেচ ফিক্সিং হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ শিলচৰ ক্ৰীড়া সন্থাই এই সম্পৰ্কত অসম ক্ৰিকেট সন্থাৰ ওচৰত দাখিল কৰিছে লিখিত অভিযোগ৷ ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই(Assam Cricket Association Secretary Devajit Saikia) ৷ শইকীয়াই ২৩ ফেব্ৰুৱাৰীত এই অভিযোগৰ সম্পৰ্কত বৈঠক অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে(Devajit Saikia reaction on match fixing) ৷ তাৰ পাছতে সংবিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে এচিএৰ সম্পাদকগৰাকীয়ে ৷ গোলাঘাটত অনুষ্ঠিত জে কে বৰুৱা ট্ৰফীত(অনুৰ্ধ ১৯) যোৰহাট আৰু এন এফ ৰেল'ৱেৰ মাজৰ খেলখনত মেচ ফিক্সিং হোৱাৰ অভিযোগ উঠিছে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.