ETV Bharat / sukhibhava

Shower before sleeping: শোৱাৰ পূৰ্বে গা ধোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? - শোৱাৰ পূৰ্বে শ্বাৱাৰ লোৱা

সাধাৰণতে দিনটোৰ আৰম্ভণিৰ ওপৰত সকলোৱে মনোযোগ দিয়ে, কিন্তু ইয়াক কেনেকৈ শেষ কৰিব লাগে সেই বিষয়ে অতি কম সংখ্যক লোকেহে জ্ঞাত(Blood circulation)। শোৱাৰ পূৰ্বে আপুনিও গা ধোৱাৰ ৰুটিন মানি চলে নেকি ? ই আমাৰ বাবে নিৰাপদ হয়নে নহয় । ইয়াৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে জানো আহক...

Whether it is right to take a shower before sleeping or not
শোৱাৰ পূৰ্বে শ্বাৱাৰ লোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?
author img

By

Published : Nov 23, 2022, 3:24 PM IST

সাধাৰণতে দিনটোৰ আৰম্ভণিৰ ওপৰত সকলোৱে মনোযোগ দিয়ে, কিন্তু ইয়াক কেনেকৈ শেষ কৰিব লাগে সেই বিষয়ে অতি কম সংখ্যক লোকেহে জ্ঞাত । শোৱাৰ পূৰ্বে আপুনিও গা ধোৱাৰ ৰুটিন মানি চলে নেকি ? ই আমাৰ বাবে নিৰাপদ হয়নে নহয় । ইয়াৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে জানো আহক...

  • শোৱাৰ আগতে গা ধোৱাটো ছালৰ বাবে অতি উপকাৰী( take a shower before sleeping or not)। ই শৰীৰৰ পৰা সকলো বীজাণু আৰু বেক্টেৰিয়া ধুই পেলোৱাত সহায় কৰে । এইদৰে ই শৰীৰৰ পৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ সমস্যা আৰু ছালৰ সমস্যা হ্ৰাস কৰে(take a shower before sleeping) ।
  • শোৱাৰ আগতে গা ধোৱাটো অন্যতম উত্তম অভ্যাস(Taking a shower before going to bed) । ই আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ৰাতি গা ধুলে শৰীৰত তেজ সঠিকভাৱে চলাচল কৰাত সহায় কৰে । যিহেতু গৰমৰ বাবে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, গতিকে ইয়াক সঠিক নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতি গা ধুই লোৱাটো অত্যন্ত জৰুৰী ।
  • আপুনি জানেনে যে, শোৱাৰ পূৰ্বে গা ধুলে ভাগৰ বহু পৰিমাণে নাইকিয়া হয় । ইয়াৰ বাবে আমাৰ টোপনিও ভাল হয় । ভাল টোপনিয়ে শৰীৰটোৰ সতেজতা অটুট থাকে । বিশেষজ্ঞসকলে কয় যে, ৰাতি শোৱাৰ পূৰ্বে গা ধুলে ৰক্ত সঞ্চালন উন্নত হয় । শৰীৰত শিথিলতা অনুভৱ হয় আৰু Blood circulationয়ো উন্নত হোৱাত সহায় হয় ।
  • বিশ্বাস কৰা হয় যে, গা ধুলে ব্যক্তিয়ে কেৱল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও সতেজ অনুভৱ কৰে । কেৱল এয়াই নহয়, ছাল আৰু চুলিও স্বাস্থ্যকৰ হৈ পৰে কাৰণ ইয়াৰ ওপৰত থকা মলি দিনটোৰ ভিতৰতে সহজে আঁতৰি যায় ।
  • ৰাতি গা ধুলেই নিমিষতে আমাৰ মন আৰু শৰীৰক সতেজ কৰি তোলে । ই আমাৰ মেজাজ সতেজ কৰি মন আৰু শৰীৰ উভয়ৰে পৰা মানসিক চাপ দূৰ কৰাত সহায় কৰে । এইদৰে শেষত ই আমাক ভালদৰে টোপনি অহাত সহায় কৰে ।
  • যদিও গৰম বা ঠাণ্ডা পানীৰে গা ধোৱাটো নিজৰ ওপৰত নিৰ্ভৰশীল, কিন্তু সামান্য গৰম পানীৰে গা ধুলে তেতিয়া অধিক উপকাৰ সাধন হয় । ইয়াৰ ফলত পেশীবোৰে সকাহ পায়, ছিদ্ৰবোৰ মুকলি হয় আৰু লগতে টোপনিও ভাল হয় ।

লগতে পঢ়ক: Hot Flashes: হৰম’নৰ ভাৰসাম্যহীনতা হ'ব পাৰে হট ফ্লেছৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.