ETV Bharat / sukhibhava

গা ধুবলৈ Body wash বা চাবোনৰ সলনি ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী - গা ধুবলৈ Body wash বা চাবোন

বজাৰত বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত সামগ্ৰী গা ধুবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু এই সকলোবোৰ সামগ্ৰী ৰাসায়নিক পদাৰ্থৰে ভৰি থাকে, যাৰ ফলত ছালৰ যথেষ্ট ক্ষতিসাধন হয় । তেনেস্থলত আপুনি এই প্ৰাকৃতিক সামগ্ৰীবিধ ব্যৱহাৰ কৰিব পাৰে(Use multani mitti as homemade body wash) ৷

use multani mitti as homemade body wash for glowing skin
গা ধুবলৈ Body wash বা চাবোনৰ সলনি ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী
author img

By

Published : Sep 20, 2022, 6:16 PM IST

বজাৰত বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত সামগ্ৰী গা ধুবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু এই সকলোবোৰ সামগ্ৰী ৰাসায়নিক পদাৰ্থৰে ভৰি থাকে, যাৰ ফলত ছালৰ যথেষ্ট ক্ষতিসাধন হয়(Use multani mitti as homemade body wash) ।

এনে অৱস্থাত ছালৰ পৰা পুষ্টি দিনক দিনে কমি যাবলৈ ধৰে আৰু আৰ্দ্ৰতাৰ অভাৱ হয় । এনে অৱস্থাত আপুনি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে । যাৰ ফলত আপুনিও সম্পূৰ্ণ পুষ্টি লাভ কৰিব আৰু ইহঁতৰ কোনো পাৰ্শ্বক্ৰিয়া নাই । গা ধোৱাৰ বাবে মুলতানি মিট্টি ব্যৱহাৰ কৰিব পাৰে । ই ছালৰ বাবে অতি উপকাৰী আৰু ইয়াৰ সহায়ত আপুনি নিজৰ ঘৰতে বনোৱা বডি ৱাছ বনাব পাৰে।

  • গা ধোৱাৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব Multani mitti

গা ধোৱাৰ বাবে যদি মুলতানি মিট্টি ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তাত গাখীৰ মিহলাই পেষ্ট প্ৰস্তুত কৰক । এই পেষ্টত হালধি, চন্দন বা গোলাপ জল দিব পাৰে । এই পেকটো শৰীৰত ভালদৰে প্ৰয়োগ কৰক । শুকান ছাল থকা লোকসকলে ইয়াত আলমণ্ড, নাৰিকল বা অলিভ অইলো যোগ দিব পাৰে ।

  • কিয় ব্যৱহাৰ কৰিব মুলতানি মিট্টি

দাগ আঁতৰ হয়: ছালত ইয়াক ব্যৱহাৰ কৰিলে শৰীৰৰ সকলো দাগ আঁতৰি যায় । ইয়াক ব্যৱহাৰ কৰিলে ছালখন পৰিষ্কাৰ হয় আৰু ডিঙি, আঁঠু বা কঁকালত মলি জমা হোৱা অংশ পৰিস্কাৰ কৰাত সহায় কৰে ।

তেলীয়া ছালৰ বাবে উত্তম: তেলীয়া ছালত প্ৰায়ে পিম্পলছৰ সমস্যা থাকে । ইয়াৰ পৰা মুক্তি পাবলৈ মুলতানি মিট্টি ব্যৱহাৰ কৰিব পাৰি । গা ধোৱাৰ সময়ত ব্যৱহাৰ কৰিবলৈ মুলতানি মিট্টিত গোলাপৰ পানী মিহলাই দিব ।

লগতে পঢ়ক: তুলসীৰ উপকাৰিতাসমূহৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.