ETV Bharat / sukhibhava

Sawan 2023: শাওনৰ প্ৰথমটো সোমবাৰে ভোলানাথলৈ আগবঢ়াওক কাজুৰে তৈয়াৰী এই হালোৱা - কাজু হালোৱা বনোৱাৰ উপকৰণ

আজি আমি কাজু হালোৱা বনোৱাৰ ৰেচিপি লৈ আহিছো । শাওন মাহ চলি আছে, গতিকে সোমবাৰৰ উপবাসৰ সময়ত এই হালোৱা সহজে বনাই খাব পাৰিব । ইয়াৰ লগে লগে আপোনাৰ পেটটোও বহুদিনলৈ ভৰি পৰিব ।

Offer cashew pudding to Lord Shiva on Sawan Monday, know the recipe
শাওনৰ প্ৰথমটো সোমবাৰে ভোলানাথলৈ আগবঢ়াওক কাজুৰে তৈয়াৰী এই হালোৱা
author img

By

Published : Jul 6, 2023, 4:45 PM IST

কাজু এবিধ অতি স্বাস্থ্যকৰ শুকান ফল য’ত প্ৰ’টিন, আঁহ, তাম, মেংগানিজ, ফছফৰাছ, আইৰণ আৰু পটাছিয়াম আদি গুণৰ ভঁৰাল । কাজু সেৱন কৰিলে হাড় মজবুত হয় । একে সময়তে আপোনাৰ শৰীৰৰ গ্লুক’জৰ মাত্ৰাও ইয়াৰ দ্বাৰা বজাই ৰখা হয় । ইয়াৰ লগতে আপোনাৰ হজম শক্তি আৰু ওজনো ঠিকেই থাকে । এনে পৰিস্থিতিত আজি আমি আপোনাৰ বাবে কাজু হালোৱা বনোৱাৰ পদ্ধতি লৈ আহিছো ।

শাওন মাহ চলি আছে, গতিকে সোমবাৰৰ উপবাসৰ সময়ত এই হালোৱা সহজে বনাই খাব পাৰিব । ইয়াৰ লগে লগে আপোনাৰ পেটটোও বহুসময়লৈ ভৰি থাকিব । ইয়াৰ লগতে গোটেই দিনটো শক্তিৰে ভৰি থাকিব, গতিকে কাজু হালোৱা কেনেকৈ বনাব পাৰি জানো আহক ।

কাজু হালোৱা বনোৱাৰ উপকৰণ-

  • কাজু ২ কাপ পোৰা
  • চেনি ১ ১/৪ কাপ
  • কেশৰ কেইটামান সূতা
  • ইলাচি ১ চামুচ থেতেলিয়াই লোৱা
  • গৰম পানী ১/২ কাপ
  • নাৰিকল গুড়ি
  • ঘিউ ৮ চামুচ

কাজু হালোৱা কেনেকৈ বনাব ?

  • কাজু হালোৱা বনাবলৈ প্ৰথমে কেৰাহীত ঘিউ গলাই লওক ।
  • তাৰ পিছত তাত কাজু গুড়ি আৰু নাৰিকল গুৰি দিব ।
  • ইয়াৰ পিছত পাতল বাদামী হোৱালৈকে ভালদৰে ভাজিব ।
  • তাৰ পিছত তাত গৰম পানী দি মিশ্ৰণটো ভালদৰে লৰাই থাকিব ।
  • ইয়াৰ পিছত ৰুচি অনুযায়ী চেনি দি লাহে লাহে লৰাই ৰান্ধিব ।
  • ইফালে সৰু বাটি এটাত অলপ গাখীৰ আৰু কেশৰৰ সূতা দি বেটাৰ বনাওক ।
  • তাৰ পিছত তাত কেশৰ গাখীৰ আৰু ইলাচিৰ গুড়ি দিব ।
  • ইয়াৰ পিছত ভালদৰে মিহলাই গেছ বন্ধ কৰি দিব ।
  • এতিয়া আপোনাৰ কাজু হালোৱা তৈয়াৰ হৈ গৈছে ।
  • তাৰ পিছত কটা কাজুৰ টুকুৰাৰে সজাই গৰমে গৰমে পৰিবেশন কৰক ।

লগতে পঢ়ক: Weight Loss Spices: ক্ষীপ্ৰতাৰে ওজন হ্ৰাস কৰিবলৈ খাওক এইসমূহ মছলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.