ETV Bharat / state

কপিলীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

author img

By

Published : Oct 23, 2019, 4:05 PM IST

Updated : Oct 23, 2019, 6:58 PM IST

কপিলীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

15:34 October 23

নিপকো কপিলী হাইড্ৰ'পাৱাৰ ষ্টেচনত পাইপ ফাটি নিখোজ হৈ যায় বহু কৰ্মচাৰী ৷ 15 দিন ধৰি অব্যাহত থকা এন ডি আৰ এফ বাহিনীৰ অভিযানৰ অন্তত উদ্ধাৰ চতুৰ্থটো মৃতদেহ ৷

কপিলীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ
Fourth body recovered
কপিলীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

ডিমা হাছাও 23 অক্টোবৰ: অৱশেষত নিপকোৰ চাৰি গৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। আজি তিনিটা মান বজাত কপিলী পাৱাৰ হাউচৰ জি 2 ফ্লৰত দক্ষিণ ভাৰতৰ বাসিন্দা ৰাজু ৰেড্ডীৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। যোৱা তিনিদিনৰ অভিযানৰ অন্তত অৱশেষত নিপকোৰ চাৰি গৰাকী কর্মচাৰীৰ গলিত মৃতদেহ উদ্ধাৰ কৰা হয়।

উল্লেখ্য যোৱা 7 অক্টোবৰত কপিলী জল বিদ্যুৎ প্ৰকল্পস্থলীত জল পৰিবাহী পাইপ লাইন বিস্ফোৰণ হোৱাৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈ কপিলী পাৱাৰ হাউচত কৰ্মৰত অভিযন্তা সহ চাৰি গৰাকী কৰ্মচাৰী সন্ধানহীন হৈ পৰিছিল। ইয়াৰ পাঁচ দিন পিছত কপিলী পাৱৰ হাউচত জলৰ মাত্ৰা হ্ৰাস পোৱাৰ পিছত এনডিআৰএফ আৰু এছডিআৰএফ সন্ধানহীন চাৰি গৰাকী কৰ্মীৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ পিছত প্ৰথমতে সোমাবাৰে 15 দিনৰ অন্তত নিপকোৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং তিছোৰ মৃতদেহ কপিলী পাবৰ হাউচৰ জি 2 ফ্লৰত পৰা উদ্ধাৰ কৰাৰ পিছত যোৱাকালি জি 1 ফ্লৰৰ পৰা প্ৰেমলাল বাল্মিকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

ইয়াৰ পিছত আজি নিপকোৰ চতুৰ্থ গৰাকী কৰ্মীৰ মৃতদেহ কপিলী পাবৰ হাউচৰ জি 2 ফ্লৰৰ পৰা উদ্ধাৰ কৰি এনডিআৰএফ বাহিনীয়ে উমৰাংচ' আৰক্ষীক গতাই দিয়ে মৃতদেহ। অনুসন্ধানকাৰী দলটোৱে দুপৰীয়া 2 বাজি 55 মিনিটত  উদ্ধাৰ কৰে 1 টা মৃতদেহ

Intro:Body:

Fourth body recovered. 

Search party comprising 04 SOs AND 10 ORs TOTAL 14 carried out search Ops at G- 2 floor from 231145 HRS and detected 01 body at about 1350 hrs and further recovered body at 1445 hrs. Body handed over to OC PS Umrangso. Ops closed at 1455 hrs. Body identified as

Raju Reddy, Male

Age-26 years.

With the recovery of fourth body, went missing following water pipeline burst at Kopili hydro power station of NEEPCO on October 7, 15 days operation of NDRF ends.

Conclusion:
Last Updated : Oct 23, 2019, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.