ওডালগুৰি, 22 অক্টোবৰ: কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া আৰু আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ মাজত অব্যাহত আছে বাক যুদ্ধ । মঙলবাৰে পুনৰ আলফাৰ সাধাৰণ সম্পাদক জনক আক্ৰমণৰ লক্ষ্য কৰি ললে সাংসদ নৱ শৰণীয়াই । অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই । অনুপ চেতিয়াই যি কৰিছে নিজৰ বাবেই কৰিছে ইত্যাদি মন্তব্যৰে অনুপ চেতিয়াক তীব্ৰ সমালোচনা কৰে সোমবাৰে ওদালগুৰিত প্ৰাক্তন আলফা প্ৰগতিশীলে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সাংসদ নৱ শৰণীয়াই। লগতে অনুষ্ঠানটোত অনুপ চেতিয়াই আলফাৰ বাবে কি কৰিছে সেয়া দাঙি ধৰাৰ বাবেও দাবী জনাই নৱ শৰণীয়াই । ইয়াৰোপৰি অনুপ চেতিয়া চিণ্ডিকেটত জড়িত বুলি পৰোক্ষভাৱে আক্ৰমণ কৰে নৱ শৰণীয়াই । আনহাতে বিটিচি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামা মহিলাৰী এইবাৰ শাসনৰ পৰা উচ্ছেদ হ'ব মন্তব্য কৰে সাংসদ জনে। সাংসদজনে কয় ,"বিপিএফ অথবা বড়োলেণ্ড বিচৰা দলটোৱে এটা সময়ত এনেধৰণে তেওঁলোকৰ নেটৱৰ্ক বনাই লৈছিল যাৰ শিপা বহু দূৰলৈকে আছিল ৷ কিন্তু আমি বৰ্তমান তেওঁলোকৰ শিপা এডাল এডালকৈ ওভালি আছো আৰু 2020 নিৰ্বাচনত সম্পূৰ্ণ গছডাল উভালি পেলাম ৷"
অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই-নৱ শৰণীয়া - ওদালগুৰিৰ টংলাত প্ৰাক্তন আলফা আয়োজিত সম্বৰ্ধণা অনুষ্ঠানত নৱ শৰণীয়া
হাগ্ৰামা মহিলাৰী এইবাৰ উচ্ছেদ হ'ব ৷ অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই ৷ ওদালগুৰিৰ টংলাত প্ৰাক্তন আলফা প্ৰগতিশীলে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ৷
ওডালগুৰি, 22 অক্টোবৰ: কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া আৰু আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ মাজত অব্যাহত আছে বাক যুদ্ধ । মঙলবাৰে পুনৰ আলফাৰ সাধাৰণ সম্পাদক জনক আক্ৰমণৰ লক্ষ্য কৰি ললে সাংসদ নৱ শৰণীয়াই । অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই । অনুপ চেতিয়াই যি কৰিছে নিজৰ বাবেই কৰিছে ইত্যাদি মন্তব্যৰে অনুপ চেতিয়াক তীব্ৰ সমালোচনা কৰে সোমবাৰে ওদালগুৰিত প্ৰাক্তন আলফা প্ৰগতিশীলে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সাংসদ নৱ শৰণীয়াই। লগতে অনুষ্ঠানটোত অনুপ চেতিয়াই আলফাৰ বাবে কি কৰিছে সেয়া দাঙি ধৰাৰ বাবেও দাবী জনাই নৱ শৰণীয়াই । ইয়াৰোপৰি অনুপ চেতিয়া চিণ্ডিকেটত জড়িত বুলি পৰোক্ষভাৱে আক্ৰমণ কৰে নৱ শৰণীয়াই । আনহাতে বিটিচি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামা মহিলাৰী এইবাৰ শাসনৰ পৰা উচ্ছেদ হ'ব মন্তব্য কৰে সাংসদ জনে। সাংসদজনে কয় ,"বিপিএফ অথবা বড়োলেণ্ড বিচৰা দলটোৱে এটা সময়ত এনেধৰণে তেওঁলোকৰ নেটৱৰ্ক বনাই লৈছিল যাৰ শিপা বহু দূৰলৈকে আছিল ৷ কিন্তু আমি বৰ্তমান তেওঁলোকৰ শিপা এডাল এডালকৈ ওভালি আছো আৰু 2020 নিৰ্বাচনত সম্পূৰ্ণ গছডাল উভালি পেলাম ৷"
হাগ্ৰামা মহিলাৰী এইবাৰ উচ্ছেদ হ'ব
অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই
টংলাৰ এই মন্তব্য কৰে সাংসদ নৱ শৰণীয়াBody:কোকৰাঝাৰৰ সাংসদ নৱ শৰনীয়া আৰু আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ মাজত অব্যাহত আছে বাক যুদ্ধ। আজি পুনৰ আলফাৰ সাধাৰণ সম্পাদক জনক আক্ৰমণৰ লক্ষ্য কৰি ললে সাংসদ নৱ শৰনীয়াই। অনুপ চেতিয়াই আলফাৰ বাবে একো কৰা নাই । অনুপ চেতিয়া যি কৰিছে নিজৰ বাবেই কৰিছে বুলি সাংসদ জনে ক্ষোৰধাৰ সমালোচনা কৰে অনুপ চেতিয়াক । অনুপ চেতিয়াই আলফাৰ বাবে কি কৰিছে দেখাই দিয়াৰ বাবেও দাবী জনাই নৱ শৰণীয়াই। ইয়াৰ লগতে অনুপ চেতিয়া চিণ্ডিকেটত জড়িত বুলি নাম উল্লেখ নকৰালৈয়ে আওপকীয়াকৈ আক্ৰমণ কৰিলে নৱ শৰণীয়াই। আনহাতে বিটিচি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামা মহিলাৰী এইবাৰ শাসনৰ পৰা উচ্ছেদ হ'ব মন্তব্য কৰে সাংসদ জনে।
উল্লেখ যে আজি ওদালগুৰি জিলাৰ টংলাস্থিত বৰদলৈ স্মৃতি ভৱনত প্ৰাক্তন আলফা প্ৰগতিশীলে আয়োজন কৰা সম্বৰ্ধণা অনুষ্ঠানত উপস্থিত হৈছিল সাংসদ জন। উক্ত অনুষ্ঠানত বহু কেইটা দল সংগঠনে সম্বৰ্ধণা জনাই সাংসদ শৰণীয়াক।
Conclusion: