ETV Bharat / state

ৰৌতাত পথ দুৰ্ঘটনাঃ নিহত 1, আহত 1

author img

By

Published : Apr 11, 2019, 2:08 PM IST

থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' আৰু গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' ৷ মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা

ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1 আহত 1

ওদালগুৰি, 11 এপ্ৰিলঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত বুধবাৰে নিশা ১০ মান বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পিছফালে AS-01DB-6099 নম্বৰৰ বাইকখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে'। এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী অধিৰ দে'। পিছত আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে । দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ বুলি জানিব পৰা গৈছে ।

On Thu, 11 Apr 2019, 8:05 am DHANDEEP BORA <dhandeep.bora@etvbharat.com wrote:
ওদালগুৰিৰ ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা ।নিহত ১ আহত ১

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত বুধবাৰে নিশা ১০ মান বজাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা As-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পিছফালে AS-01-DB-6099 নম্বৰৰ বাইকৰ প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' । এই ঘটনাত গুৰুতভাৱৰ আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' । পিছত আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় প্ৰেৰণ কৰে স্থানীয় লোক তথা  আৰক্ষীয়ে। দুৰ্ঘটনা পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ বুলি জানিব পৰা গৈছে ।

BYTE Local People
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.