ETV Bharat / state

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন - ওদালগুৰিৰ ৰেল ষ্টেচন

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন ৷ নিহত লোকজন ওদালগুৰিৰ ৰেল ষ্টেচনৰ সমীপৰ বাবুল শ্বাহ বুলি চিনাক্ত কৰা হৈছে । পৰিয়ালৰ লোকে জনোৱা মতে কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন
author img

By

Published : Oct 19, 2019, 4:55 PM IST

ওদালগুৰি, 19 অক্টোবৰঃ ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত হয় এজন লোক ৷ ওদালগুৰি ৰেল ষ্টেচনৰ প্ৰায় ১ কিঃমিঃ আতৰত থকা গলণ্ডী শ্মশানৰ কাষৰ ৰেল লাইনৰ ওপৰত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ মৃতদেহটো ওদালগুৰিৰ ৰেল ষ্টেচনৰ সমীপৰ বাবুল শ্বাহ নামৰ লোক জনৰ বুলি চিনাক্ত কৰা হৈছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷ লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও নিশা ৰেলৰ খুণ্ডাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ONE MAN DIE AT UDALGURI AFTER HIT BY TRAIN
ৰেলৰ খুণ্ডাত নিহত বাবুল শ্বাহ

সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

Intro:ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন

নিহত লোক জন বাবুল শ্বাহ (৫০) নামৰ লোক জনৰ বুলি চিনাক্ত কৰা হৈছে

যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছিল লোক জন।

লোক জনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও নিশা ৰেলৰ খুণ্ডাত লোক জনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।Body:ওদালগুৰি ৰেল ষ্টেচনৰ প্ৰায় ১ কি মি দুৰত থকা গলণ্ডী শ্মশানৰ কাষত ৰেল লাইনৰ ওপৰত স্থানীয় ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহটো ওদালগুৰিৰ ৰেল ষ্টেচনৰ সমীপৰ বাবুল শ্বাহ (৫০) নামৰ লোক জনৰ বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল লোক জনে। আনহাতে লোক জনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও নিশা ৰেলৰ খুণ্ডাত লোক জনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান ঘটনা স্থলীত ৰেল আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.