ETV Bharat / state

কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী - Kalaguru music festival

কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিন উপলক্ষে শনিবাৰে এক চাইকেল ৰেলী বাহিৰ কৰাৰ লগতে অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ ৷

কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী
কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী
author img

By

Published : Feb 1, 2020, 11:52 PM IST

ওদালগুৰি, 1 ফেব্ৰুৱাৰীঃ টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ ৷ এই সংগীত মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় এক চাইকেল ৰেলী ৷ চাইকেল ৰেলীত উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাৰ লগতে অভিনেতা পবিত্ৰ ৰাভা ৷

টংলাত কলাগুৰু সংগীত মহোৎসৱ

কলাগুৰু সংগীত মহোৎসৱৰ লগত সংগতি ৰাখিয়ে টিম হিউমেনেটিৰ উদ্যোগত অনুষ্ঠিত হয় কৰা এক ৰক্তদান শিবিৰ । উক্ত ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰে শতাধিক যুৱক-যুৱতীয়ে ।

Intro:টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত কালিৰ পৰা অনুষ্ঠিত হোৱা কলাগুৰু সংগীত মহোৎসৱৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আজি অনুষ্ঠিত কৰা হয় চাইকেল ৰেলী। চাইকেল ৰেলীত উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাBody:টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত কালিৰ পৰা অনুষ্ঠিত হোৱা কলাগুৰু সংগীত মহোৎসৱৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আজি অনুষ্ঠিত কৰা হয় চাইকেল ৰেলী। চাইকেল ৰেলীত উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভা। আনহাতে কলাগুৰু সংগীত মহোৎসৱৰ লগত সংগতি ৰাখি টিম হিউমেনেটিৰ উদ্যোগত অনুষ্ঠিত হয় ৰক্তদান শিৱিৰ। উক্ত ৰক্তদান শিৱিৰত শতাধিক যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে। উল্লেখ যে কালিৰ পৰা অনুষ্ঠিত হোৱা কলাগুৰু সংগীত মহোৎসৱৰ আজি দ্বিতীয় তথা অন্তিম দিন।

Byte- Pavitra Rabha
Byte- prithiraj RabhaConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.