ETV Bharat / state

কলাইগাঁৱত ক'লা পতাকা প্ৰদৰ্শন সাংসদ কুইন ওজাক

author img

By

Published : Feb 27, 2020, 8:19 PM IST

কলাইগাঁৱৰ ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন সাংসদ কুইন ওজাক ৷ ওদালগুৰি জিলাৰ হৰিশিঙাৰ পৰা উভতি অহা সময়তে গুৱাহাটীৰ সাংসদ গৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰে আছু কৰ্মীয়ে ৷

কুইন ওজা
কলাইগাঁৱত ক'লা পতাকা প্ৰদৰ্শন সাংসদ কুইন ওজাক

ওদালগুৰি, 27 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে কলাইগাঁৱৰ ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন সাংসদ কুইন ওজাক ৷ ওদালগুৰি জিলাৰ হৰিশিঙাৰ পৰা উভতি অহা সময়তে গুৱাহাটীৰ সাংসদ গৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে বিজেপি গ' বেক,কুইন ওজা গ' বেক ধ্বনিৰে আছুৰ কৰ্মী সকলে উত্তাল কৰি তোলে কলাইগাঁৱৰ ৰাজপথ ।

উল্লেখ্য যে, ৰাজ্যজুৰি অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ । CAA বিৰোধী প্ৰতিবাদৰ অংশ হিচাপে বিজেপি দলৰ নেতা পালিনেতাৰ বিৰুদ্ধেও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ । বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সাংসদ কুইন ওজাক ক'লা পতাকা প্ৰদৰ্শন কৰে কলাইগাঁৱত আছুৰ সদস্য সকলে । হঠাৎ হোৱা এনে অনাকাংশিত ঘটনাত সাংসদ গৰাকী হতভম্ভ হৈ পৰা পৰিলক্ষিত হয় । আনহাতে, CAA বাতিল নোহোৱা পৰ্যন্ত অনাগত দিনবোৰতো বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য প্ৰকাশ কৰে কলাইগাঁও আছুৰ নেতৃত্বই ।

আৰু পঢ়কঃ তিনিচুকীয়াত গেলাপুখুৰীত পৰিচয়বিহীন মুকবধিৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.