ETV Bharat / state

ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন

author img

By

Published : Apr 7, 2019, 4:41 AM IST

Updated : Apr 7, 2019, 7:33 AM IST

ওদালগুৰিৰ ৰৌতা চাৰিআলিটো ৰৌতা আঞ্চলিক ছাত্র সন্থাই অসমী বিহুৱা দলৰ সহযোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ।

ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন

ওদালগুৰি 7 এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটামান দিন বাকী। হেঁপাহৰ ৰহালীক আদৰাৰ প্ৰস্তুতি সমগ্ৰ ৰাজ্যত৷ বিহু উপলক্ষে এতিয়া বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ। ওদালগুৰিৰ ৰৌতা চাৰিআলিটো ৰৌতা আঞ্চলিক ছাত্র সন্থাই অসমী বিহুৱা দলৰ সহযোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ।

এই কৰ্মশালাত অংশ লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৌ কুঁৱৰী, ঢুলীয়া আদিৰ প্ৰশিক্ষণ লৈছে ।

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটামান দিন বাকী। বিহু উপলক্ষে এতিয়া বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ। ওদালগুৰিৰ ৰৌতা চাৰি আলিটো ৰৌতা আঞ্চলিক ছাত্র সন্থাই অসমী বিহুৱা দলৰ সহযোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ। এই কৰ্মশালাত অংশ লৈ মৌ কুঁৱৰী , ঢুলীয়া আদৰ প্ৰশিক্ষণ লৈছে শতাধিক ছাত্র ছাত্ৰীয়ে। সন্ধিয়া বেলি মাৰ যোৱা পিছতো নাচিব এৰা নাই উৎসাহিত কন কন নাচনী হতে।
Last Updated : Apr 7, 2019, 7:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.