ETV Bharat / state

মাইক্রফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ - AMGURI

বিজেপি চৰকাৰে কেবিনেটত গৃহিত কৰা মাইক্রফাইনেন্সৰ আইনে কোম্পানীকহে লাভান্বিত কৰিব বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

মাইক্রফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আমগুৰিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
KMSS ANS SMSS PROTEST AT AMGURI AGAINST MICROFINANCE COMPANY
author img

By

Published : Dec 18, 2020, 7:19 PM IST

আমগুৰি, ১৮ ডিচেম্বৰ : শিৱসাগৰৰ আমগুৰিত শুকুৰবাৰে মাইক্রফাইনেন্স কোম্পানীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠন দুটাৰ নেতৃত্বত অৰ্দ্ধ শতাধিক মহিলাই আমগুৰি নগৰৰ চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে ভুক্তভোগী মহিলা সমাজৰ ঋণ ৰেহাইৰ দাবীত চৰকাৰ বিৰোধী শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে । সংগঠন দুটাৰ নেতৃবৃন্দই বিজেপি চৰকাৰে কেবিনেটত গৃহিত কৰা মাইক্রফাইনেন্সৰ আইনে কোম্পানীকহে লাভান্বিত কৰিব বুলি অভিযোগ উত্থাপন কৰে । আনহাতে প্ৰতিবাদকাৰী মহিলাসকলে ঋণ ৰেহাই নিদিলে ভোট বর্জনৰ হুংকাৰ দিয়ে ।

লগতে চাওকঃ অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.