ETV Bharat / state

তিনিচুকীয়াৰ কঁহুৱা ইক' কেম্পত বিশ্ব আদ্ৰভূমি দিৱস পালন

তিনিচুকীয়াৰ কঁহুৱা ইক' কেম্পত বিশ্ব আদ্ৰভূমি তথা 'বিশ্ব জলাশয় দিৱস' পালন ৷ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা বিশ্ব আদ্ৰভূমি দিৱসৰ লগত সংগতি ৰাখি কঁহুৱা ইক' কেম্পত বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয় ।

author img

By

Published : Feb 2, 2021, 7:40 PM IST

world-wetland-day-celebration-in-tinsukia
তিনিচুকীয়াৰ নতুন ৰঙাগড়াস্থিত কঁহুৱা ইক' কেম্পত বিশ্ব আদ্ৰভূমি দিৱস পালন

তিনিচুকীয়া, 2 ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ নতুন ৰঙাগড়াস্থিত কঁহুৱা ইক' কেম্পত বিশ্ব আদ্ৰভূমি তথা 'বিশ্ব জলাশয় দিৱস' পালন কৰা হয় । ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়, পৰিৱেশ সুৰক্ষা সমিতি অসমৰ গুইজান সমিতিৰ উদ্যোগত তথা তিনিচুকীয়া আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সহযোগত এই কাৰ্যসূচী পালন কৰা হয় ৷

'বিশ্ব জলাশয় দিৱস' উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ বন সংমণ্ডল বিষয়া প্রদীপ্ত বৰুৱা, পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা, নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্রী আৰু ছাত্র-ছাত্ৰী সকল ।

উক্ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা বিশ্ব আদ্ৰভূমি দিৱসৰ লগত সংগতি ৰাখি কঁহুৱা ইক' কেম্পত বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয় । তদুপৰি শতাধিক ছাত্ৰ-ছাত্ৰীসকলক লৈ চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ছাত্র ছাত্ৰীসকলক মাগুৰি বিল পৰিভ্ৰমণ কৰোৱা হয় ।

লগতে পঢ়ক: গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.