ETV Bharat / state

দেশত গুটখা বন্ধ কৰাৰ আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ - ছাত্ৰ-ছাত্ৰী

"দেশত গুটখা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে ৷ দেশৰ প্ৰধানমন্ত্ৰীক এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ ছাত্ৰীৰ। কিয়নো গুটখাই যুৱ প্ৰজন্মক পংগু কৰাৰ লগতে গুটখাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে "

দেশত গুটখা বন্ধ কৰাৰ আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ
author img

By

Published : Jun 5, 2019, 12:57 PM IST

তিনিচুকীয়া 5 জুনঃ দেশত গুটখা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে ৷ দেশৰ প্ৰধানমন্ত্ৰীক এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ ছাত্ৰীৰ। কিয়নো গুটখাই যুৱ প্ৰজন্মক পংগু কৰাৰ লগতে গুটখাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে ৷ উল্লেখ্য যে,বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কিডজী ছানচাইন হাইস্কুল আৰু টাউন হাইস্কুল মাৰ্ঘেৰিটাৰ ছাত্ৰ-ছাত্ৰীৰ যৌথ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানতে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্ঘেৰিটা হিলভিউস্থিত ৰাষ্ট্ৰীয় ঘাইপথ কাষৰ এলেকা আৰু টাউন হাইস্কুল খেলপথাৰ পৰিষ্কাৰ কৰে ৷ লগতে স্বছ ভাৰত মিচন কেৱল বেনাৰ- শ্লো’গানত থাকিলেই নহ’ব ৷ প্ৰকৃতে হাতে কামে কৰিব লাগিব বুলিও মন্তব্য কৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে ৷

দেশত গুটখা বন্ধ কৰাৰ আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ

উল্লেখ যে কিছু দিন পূৰ্বে মাৰ্ঘেৰিটা ব্যৱসায় সন্থাৰ উদ্যোগত টাউন হাইস্কুল খেলপথাৰত বহাগী উৎসৱ অনুষ্ঠিত কৰাৰ পাছতে বিদ্যালয় তথা পথৰ কাষৰ অঞ্চলটোত এক অপৰিষ্কাৰ ৰূপ লয় কিন্তু বিহু সমিতিয়ে যি দৰে পৰিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেইদৰে নকৰাৰ ফলত টাউন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে অঞ্চলটোৰ অন্যান্য লোকে সকলেও অপৰিষ্কাৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছে ৷

Intro:মাৰ্ঘেৰিটাত বিশ্ব পৰিবেশ দিৱস উদযাপন
প্ৰধানমন্ত্ৰীলৈ আহ্বান ছাত্ৰ-ছাত্ৰীৰ, দেশত গুটকা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰকঃ কিডজী ছানচাইন হাইস্কুল উদ্যোগত মাৰ্ঘেৰিটাত বিশ্বপৰিবেশ দিৱসত স্বছ ভাৰত

৫জুনঃ-
O/Cদেশত গুটকা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে কিয়নো এনে সামগ্ৰীয়ে যুৱ প্ৰজন্মক পংঙ্গু কৰাৰ লগতে গুটকাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ ছাত্ৰীৰ । কিডজী ছানচাইন হাইস্কুল আৰু টাউন হাইস্কুল মাৰ্ঘেৰিটাৰ ছাত্ৰ-ছাত্ৰী সকলৰ যৌথ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে মাৰ্ঘেৰিটা হিলভিউস্থিত ৰাষ্ট্ৰীয় ঘাইপথ কাষৰ এলেকা আৰু টাউন হাইস্কুল খেলপথাৰ পৰিষ্কাৰ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ৷ এই আহ্বান প্ৰধানমন্ত্ৰীৰ প্ৰতি ।

V/O স্বছ ভাৰত মিছ্ন কেৱল বেনাৰ- শ্ল’গানত থাকিলেই নহ’ব৷ প্ৰকৃতে হাতে কামে কৰিব লাগিব এই মন্তব্য বিশ্ব পৰিবেশ দিৱস উপলক্ষে উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলৰ৷ “কিডজী ছানচাইন হাইস্কুল“ৰ ছাত্ৰ-ছাত্ৰী সকলে মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত উপস্থিত হৈ নিজ নিজ অঞ্চলৰ পৰিবেশ সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰে৷ ইয়াৰ পিছতেই কিডজী ছানচাইন হাইস্কুলৰ একাংশ ছাত্ৰীয়ে হাত ধুই কি দৰে নিৰোগী হৈ থাকিব পাৰি তাৰ কৌশল প্ৰৰ্দশন কৰে৷ ইয়াৰ পাছতেই দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অঞ্চলটো পৰিষ্কাৰৰ কামত হাতে কামে লাগি যায়৷ আজিৰ কাৰ্যসূচীত উপস্থিত থকা কিডজী ছানচাইন হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাই যে, দেশত গুটকা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে কিয়নো এনে সামগ্ৰীয়ে যুৱ প্ৰজন্মক পংঙ্গু কৰাৰ লগতে গুটকাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে৷ গতিকে অনতিপলমে গুটকা জাতিয় সামগ্ৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ কিডজী ছানচাইন হাইস্কুলৰ পৰিচালন সঞ্চালিকা পাপৰী বৰুৱা গগৈয়ে নেতৃত্ব দিয়া আজিৰ কাৰ্যসূচী বিশ্বপৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ এক ক্ষুদ্ৰ প্ৰয়াস বুলি উল্লেখ কৰি কয় যে নিজৰ অঞ্চলটো পৰিষ্কাৰ কৰি ৰখা শিক্ষা সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত দিব পাৰিলেহে দেশৰ স্বচ্ছ ভাৰত মিছন সফল হ’ব৷ উল্লেখ যে কিছু দিন পূৰ্বে মাৰ্ঘেৰিটা ব্যৱসায় সন্থাৰ উদ্যোগত টাউন হাইস্কুল খেলপথাৰত বহাগী উৎসৱ অনুষ্ঠিত কৰাৰ পাছতে বিদ্যালয় তথা পথৰ কাষৰ অঞ্চলটোত এক অপৰিষ্কাৰ ৰূপ লয় কিন্তু বিহু সমিতিয়ে যি দৰে পৰিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেইদৰে নকৰাৰ ফলত টিউন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে অঞ্চলটোৰ অন্যান্য লোকে সকলেও অপৰিষ্কাৰ পৰিবেশৰ সন্মুখিন হব লগা হৈছে৷
Body:Byte-student
Byte-teacherConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.