ETV Bharat / state

কাকপথাৰত চোৰাং কাঠভৰ্তি ট্ৰাক উদ্ধাৰ - অৰুণাচল প্ৰদেশ

কাকপথাৰত বন বিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰাক 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৷

wood recovery at kakopothar 15 no national highway
কাকপথাৰত চোৰাং কাঠভৰ্তি ট্ৰাক উদ্ধাৰ
author img

By

Published : Jun 20, 2020, 10:41 PM IST

শদিয়া, 20 জুনঃ ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ অবৈধ বেহা শুক্ৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ পৰা কাকপথাৰৰ দিশে AS-01AC-0590 নম্বৰৰ ট্ৰাকেৰে কাঠ সমূহ আনি থকাৰ অৱস্থাত যান্ত্ৰিক বিজুতি ঘটাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথতে বেয়া হৈ পৰে গাড়ীখন ৷

কাকপথাৰত চোৰাং কাঠভৰ্তি ট্ৰাক উদ্ধাৰ

শনিবাৰে গাড়ীখন এনেদৰে পথত ৰৈ থকাত কাকপথাৰ বন বিভাগৰ তৎপৰতাত গাড়ীখনৰ তালাচিত কৰাত গাড়ীখনক কোনো বৈধ কাগজ পত্ৰ নোপোৱাত কাকপথাৰ বন কাৰ্যালয়লৈ লৈ যায় ৷ বৰ্তমানৰ লৈকে গাড়ীখন কোনে,ক'লৈ আনিছিল সেইয়া জানিব পৰা হোৱা নাই যদিও এইদৰে পথত এৰি থৈ যোৱাত অবৈধ কাঠৰ গাড়ী বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷
লগতে পঢকঃ বিষ্ণু ৰাভা দিৱসৰ বিশেষ ক্ষণত কলগাছিয়াত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.