ETV Bharat / state

তিনিচুকীয়াত লিংকমেন সহ আটক আলফা স্বাধীনৰ কেডাৰ

author img

By

Published : Mar 2, 2020, 8:58 AM IST

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান

Ulfa apprehend etv exclusive
তিনিচুকীয়াত লিংকমেন সহ আটক আলফা স্বাধীনৰ কেডাৰ

তিনিচুকীয়া, 2 মাৰ্চঃ তিনিচুকীয়া বৰডুমছাৰ চিকৰাজানত পুৱতি নিশা সেনা-আৰক্ষীৰ যুটীয়া অভিযান

অভিযানত আটক এজন আলফা সদস্যসহ তিনি লিংকমেন

আটকাধীন আলফা সদস্য মৃদুল মহন্ত ওৰফে নিবিড় অসম

লিংকমেন নিৰৱ মৰাণ, দিপাংকৰ মৰাণ আৰু শৰৎ মৰাণ

অভিযানত এটা .22 পিষ্টল, এটা মেগজিন, ১১ জাই সক্ৰিয় গুলী আলফাৰ এখন উকা পেড জব্দ

লগতে তিনিটা ম'বাইল আৰু দুখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে

ধৃত আলফা সদস্য নিবিড় অসমে ম্যানমাৰৰ আলফা শিৱিৰৰ পৰা পলাই আহি অৰুণাচলত পূৰ্বে আটক হৈছিল

এই পৰ্যন্ত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নাছিল নিবিড় অসমে

আটকাধীন আটাইকেইজনকে অধিক তথ্যৰ বাবে আৰক্ষীৰ মাৰথান জেৰা অব্যাহত আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.