ETV Bharat / state

লিডুত পূজা আয়োজন কৰি পলায়ন ভণ্ড বাবা

author img

By

Published : Jun 8, 2019, 8:42 PM IST

অত্যাধিক অন্ধবিশ্বাসৰ বাবেই তিনিচুকীয়াৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি হয় ৷ নিৰ্ধাৰিত দিন অনুযায়ী শনিবাৰে আয়োজন কৰা মা শীতলা পূজা চলি থকা সময়তে পলায়ন কৰে বাবাই ৷

লিডুত পূজা আয়োজন কৰি পলায়ন ভণ্ড বাবা

তিনিচুকীয়া, 8 জুন: পূজা আয়োজনৰ নামত প্ৰবঞ্চনা ভণ্ড বাবাৰ ৷ তিনিচুকীয়াৰ লিডুত সংঘটিত এই কাণ্ড ৷ পূজা আয়োজনৰ নামত শতাধিক পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি অন্তৰ্ধান ভণ্ড বাবা ৷ উল্লেখ্য যে, অত্যাধিক অন্ধবিশ্বাসৰ বাবেই তিনিচুকীয়াৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি হয় ৷ নিৰ্ধাৰিত দিন অনুযায়ী শনিবাৰে আয়োজন কৰা মা শীতলা পূজা চলি থকা সময়তে পলায়ন কৰে বাবাজন ৷ সমীৰ দত্ত নামৰ ভণ্ড বাবাজনে 108 টা পৰিয়ালৰ পৰা 10 সহস্ৰাধিক টকা সংগ্ৰহ কৰি উধাও হয় । পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ পাচত ব্যয় কৰাৰ সময়তে সংগ্ৰহ কৰা ধন লৈ উধাও হয় বাবাজন ৷ নিজকে জাগুনৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ বৰ্তমান ম'বাইল বন্ধ । আনহাতে, ঠিকনা অনুসৰি স্থানীয় ৰাইজে খবৰ লৈ গম পায় যে জাগুনৰ মিৰি গাৱঁত নাই তেনে নামৰ কোনো ব্যক্তি নাই ।

Intro: Package......পূজা আয়োজনৰ নামত শতাধিকৰ পৰা ধন সংগ্ৰহ কৰি ভণ্ড অন্তধ্যান । 

O.C. তিনিচুকীয়া জিলাৰ লিডুত আমোদজনক ঘটনা । পূজা আয়োজনৰ নামত শতাধিক পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি প্ৰবন্ঞ্চক অন্তধ্যান । এক প্ৰতিবেদন ।

V.O. অত্যধিক অন্ধবিশ্বাসৰ বাবে তিনিচুকীয়া জিলাৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল প্ৰবন্ঞ্চকৰ দ্বাৰা প্ৰবন্ঞ্চিত হ'ব লগা হ'ল । নিৰ্ধাৰিত দিন অনুযায়ী আজি মা শীতলা পূজা পালিত হল । পূজাৰ ভোগো প্ৰস্তত হ'ল । কিন্তু সমীৰ দত্ত নামৰ যিগৰাকী ব্যক্তিৰ সপোনৰ নিদেৰ্শ অনুযায়ী পূজা ভাগ সম্পন্ন হ'ল । সেই গৰাকী ব্যক্তিয়ে ১০৮ টা পৰিয়ালৰ পৰা ১০ সহস্ৰাধিক টকা সংগ্ৰহ কৰি উধাও হ'ল । এই প্ৰবন্ঞ্চক গৰাকীয়ে পুজাৰ মণ্ডপ , ৫০০ ব্যক্তিৰ খিচিৰী ,ঢাকি কে ধৰি সমগ্ৰ পূজাখনৰ ব্যয় বহন কৰাৰ কথা আছিল । নিজকে জাগুনৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ বৰ্তমান মোবাইল চুইচ অফ । ঠিকনা অনুযায়ী খা- খবৰ কৰিও গম পালে যে - তেনে নামৰ কোনো ব্যক্তি জাগুনৰ মিৰি গাৱঁত নাই । এইদৰে পূজা আয়োজনৰ নামত প্ৰৱন্ঞ্চনা কৰাৰ ঘটনাই সমগ্ৰ অন্ঞ্চলতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।Body:Byte-bhuktobhugi
Byte-bhuktobhugiConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.