ETV Bharat / state

ডিব্ৰু নৈৰ বাঢ়নী পানীত ডুবিল কেবাখনো গাঁও - ETV BHARAT ASSAM

তিনিচুকীয়া ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাৱিত হৈছে জিলাখনৰ কুৰিখনৰো অধিক গাঁও ৷

তিনিচুকীয়াত ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে
author img

By

Published : Jul 12, 2019, 9:14 PM IST

তিনিচুকীয়া,12 জুলাইঃ তিনিচুকীয়া ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাৱিত হৈছে জিলাখনৰ কুৰিখনৰো অধিক গাঁও ৷

তিনিচুকীয়াত ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে
চাবুৱা বিধান সভা সমষ্টিৰ গুইজানত ডিব্ৰুনৈৰ বাঢ়নী পানীত ডুব গৈছে আঠখনকৈ গাঁও ৷ ইতিমধ্যে ৰঙাগড়া-গুইজান সংযোগী পথত থকা গুইজান আৰক্ষী চকী পানীৰ তলত ৷নলনী,নতুন গাওঁৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে অঞ্চলটোত ৷ ইফালে তিনিচুকীয়া বিধান সভা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰিয়াটিং,বৰগাঁৱ,ধেলাখাট,মতাপুং আৰু বেবেজীয়াতো ডিব্ৰুনৈৰ বাঢ়নী পানীৰে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে৷ শুকুৰবাৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে অঞ্চলটোৰ বন্যাতৰ আশ্ৰয় শিৱিৰ সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াই৷

Intro:STORY:- ডিব্ৰুনৈৰ বাঢ়নী পানীৰে প্লাৱিত কৰিলে গুইজান,নতুন গাঁও,ধেলাখাট,গৰিয়াটিং,মতাপুং

OC/VO::-ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ৷নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি নৈ উপনৈ সমূহ ফেনেফুটুকাৰে বাঢ়ি অহাত ৰাজ্যজুৰি বানে ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে৷তিনিচুকীয়া জিলাতো কুৰিখনো অধিক গাঁও জলমগ্ন হৈ আছে বিগত চাৰিদিনধৰি৷ চাবুৱা বিধান সভা সমষ্টিৰ গুইজানত ডিব্ৰুনৈৰ বাঢ়নী পানীয়ে আঠখনকৈ গাঁও প্লাৱিত কৰিছে৷ ৰঙাগড়া-গুইজান সংযোগী পথত থকা গুইজান আৰক্ষী চকী পানী তলত বুৰ গৈছে৷ ইপিনে নলনী,নতুন গাওঁৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইফালে তিনিচুকীয়া বিধান সভা আৰু ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰিয়াটিং,বৰগাঁৱ,ধেলাখাট,মতাপুং আৰু বেবেজীয়াতো ডিব্ৰুনৈৰ বাঢ়নী পানীৰে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে৷ শুকুৰবাৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে অঞ্চলটোৰ বন্যাতৰ আশ্ৰয় শিৱিৰ সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াই৷Body:BYET:- সঞ্জয় কিশান,বিধায়ক, তিনিচুকীয়াConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.