ETV Bharat / state

মৃতদেহৰ লগত উদ্ধাৰ দুজনকৈ জীৱিত ৰোগী - assam news

শুকুৰবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ সৈতে আইচুলেচন কোঠাত দুজনকৈ জীৱিত ৰোগীক উদ্ধাৰ কৰে ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত্যু হোৱা বুলি চিকিৎসালয় কতৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ ৷

মৃতদেহৰ লগত উদ্ধাৰ দুজনকৈ জীৱিত ৰোগী
author img

By

Published : Aug 2, 2019, 4:24 PM IST

Updated : Aug 2, 2019, 6:05 PM IST

তিনিচুকীয়া, 2 আগষ্টঃ তিনিচুকীয়াত আজৱ কাণ্ড ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ দুজকৈ জীৱিত ৰোগী ৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চল অঞ্চলজুৰি ৷ শুকুৰবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ সৈতে আইচুলেচন কোঠাত দুজনকৈ জীৱিত ৰোগীক উদ্ধাৰ কৰে ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত বুলি চিকিৎসালয় কতৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ ৷ এনে অমানবীয় কাৰ্যক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে চিকিৎসালয় কতৃপক্ষ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক এন চি মহন্তই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত ৷

মৃতদেহ ৰখা কোঠাত উদ্ধাৰ দুজকৈ জীৱিত ব্যক্তি

উল্লেখ্য যে, জীৱিত ব্যক্তি দুগৰাকী মৰ্গ তথা মৃতদেহ ৰখা কোঠাৰ পৰা উদ্ধাৰ হোৱা বুলি প্ৰকাশ পাইছিল বাতৰি ৷ কিন্তু ইটিভি ভাৰতৰ বাতৰি প্ৰকাশৰ পাচতে তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে সাংবাদিক প্ৰশান্ত খাটোৱালক ৰোগী দুগৰাকী মৰ্গ নহয় আইচুলেচন কোঠাতহে ৰখা হৈছিল বুলি মন্তব্য কৰে ৷

Intro:STORY:-তিনিচুকীয়াৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত আজৱ কাণ্ডঃ আইচুলেচন কোঠাত থকা মৃতদেহৰ সৈতে উদ্ধাৰ জীৱিত ৰোগী

Body:OC/VO:-তিনিচুকীয়াৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত ভংয়কৰ ঘটনা উন্মোচিত হৈছে৷ শুকুৰবাৰে চিকিৎসালয়ৰ আইচুলেচন কোঠাত এটা মৃতদেহৰ সৈতে দুজনকৈ ৰোগীক জীৱিত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তিব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ উকট গোন্ধ আৰু লেতেৰা অপৰিস্কাৰ আইচুলেচন কোঠাত দুই জীৱিত ৰোগীক কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি দুয়োগৰাকী ৰোগী মৃত্যু হোৱা বুলি চিকিৎসালয় কতৃপক্ষই ৰাখি থোৱা কাৰ্যক কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে চিকিৎসালয় কতৃপক্ষ৷ ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক এন চি মহন্তই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত৷
BYET:-চিকিৎসালয় অধীক্ষক

ইফালে ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে আমাৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰশান্ত খাটোৱালক টেলিফোনৰে সমগ্ৰ ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমত প্ৰকাশিত মৰ্গৰ মৃতদেহ লগত জীৱিত ৰোগী ৰখা হোৱা নাই,আইচুলেচন কোঠাত ৰখা হৈছিল বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে৷Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
Last Updated : Aug 2, 2019, 6:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.