ETV Bharat / state

শদিয়াত হত্যকাৰীক ফাঁচীৰ দাবীত ৰাজপথত দল-সংগঠনৰ প্ৰতিবাদ - ৰাজপথ দল-সংগঠনৰ প্ৰতিবাদ

শদিয়াত মৰেল পুলিচৰ আক্ৰমণত নিহত হৈছিল নিৰীহ যুৱক দীপক বিশ্বকৰ্মা ৷ যুৱকজনৰ হত্যকাৰীৰ ফাঁচীৰ দাবীত বুধবাৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।

শদিয়াত হত্যকাৰীক ফাঁচীৰ দাবীত ৰাজপথ দল-সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Aug 21, 2019, 6:36 PM IST

শদিয়া,21আগষ্টঃ শদিয়াত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লগতে শদিয়াৰ বিভিন্ন দল সংগঠন আৰু শদিয়া বাসী ৰাইজৰ সহযোগত ৰাজপথত বুধবাৰে এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ।

শদিয়াত হত্যকাৰীক ফাঁচীৰ দাবীত ৰাজপথ দল-সংগঠনৰ প্ৰতিবাদ

উল্লেখ্য যে, যোৱা ১২ আগষ্টত শদিয়াত মৰেল পুলিচৰ নিৰ্মম ভাৱে আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল শদিয়াৰ ইছলামপুৰৰ নিৰীহ যুৱক দিপক বিশ্বকৰ্মাই । এই ঘটনাৰ লগত জড়িত চাৰিজন যুৱক ক্ৰমে বাদল চিৰিং, বিকাশ চিৰিং, ৰুবুল চিৰিং আৰু বিকিলা বুঢ়াগোহাঁইৰ ভিতৰত তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ যদিও এতিয়াও এজন পলাতক অৱস্থাত আছে । এনেদৰে নিৰীহক প্ৰহাৰ কৰি হত্যা কৰা কাৰ্যক গৰিহণা দি সংগঠনসমূহে শীঘ্ৰে ইয়াৰ ওপৰত চৰকাৰক বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷ লগতে সংগঠনসমূহে নিহত যুৱক দীপক বিশ্বকৰ্মাৰ পৰিয়ালক ক্ষতি পূৰণৰ দাবীত শদিয়াৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।

Intro:Date: 21-08-2019

Slug: শদিয়াত মৰেল পুলিচৰ আক্ৰমণত নিহত হোৱা নিৰীহ যুৱক দীপক বিশ্বকৰ্মাৰ হত্যকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি ফাঁচীৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত গোৰ্খা ছাত্ৰ সন্থাৰ লগতে দল সংগঠন আৰু স্থানীয় ৰাইজৰ ।

V/O: শদিয়াত সদৌ অসম গোর্খা ছাত্র সন্থা শদিয়া আৰু ছৈখোৱা আঞ্চলিক সমিতি আৰু শদিয়াৰ বিভিন্ন দল সংগঠন আৰু শদিয়া বাসী ৰাইজৰ সহযোগত ৰাজপথত আজি এক বিশাল প্ৰতিবাদী সমদল আৰু বিক্ষোব কাৰ্য্যসূচী ৰূপায়ন কৰে।
উল্লেখ্য যে, যোৱা ১২ আগষ্ট ত শদিয়াত মৰেল পুলিচৰ নিৰ্মম ভাৱে আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল শদিয়াৰ ইছলামপুৰৰ নিৰীহ যুৱক দিপক বিশ্বকৰ্মাই। ৰাইজৰ অভিযোগ অনুসৰি, ঘটনাৰ লগত জড়িত চাৰিজন যুৱকৰ ভিতৰত ক্ৰমে, বাদল চিৰিং ,বিকাশ চিৰিং, ৰুবুল চিৰিং, আৰু বিকিলা বুঢ়াগোহাঁই ,তেওঁলোকৰ মাজৰে তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈ যদিও এতিয়াও এজন পলাতক অৱস্থাত আছে । প্ৰায়ে মৰেল পুলিচৰ ৰূপত এনেদৰে নিৰীহক প্ৰহাৰ কৰি হত্যা কৰা কাৰ্যক গৰিহণা দিয়ে সংগঠন সমূহে আৰু শীঘ্ৰে ইয়াৰ ওপৰত চৰকাৰক বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনায় লগতে নিহত যুৱক দীপক বিশ্বকৰ্মাৰ ঘৰৰ পৰিয়ালৰ ক্ষতি পূৰণৰ দাবীত শদিয়াৰ মহকুমাধিপতিক স্মাৰক পত্ৰও প্ৰদান কৰে । আৰক্ষী প্ৰশাসনৰ দুৰ্বল ভূমিকাক লৈ ক্ষোভিত সংগঠন সমূহে দিপকৰ হত্যাকাৰী সকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি ফাঁচীৰ দাবীত প্ৰতিবাদত ৰাজপথ উত্তাল কৰি তুলে সংগঠন সমূহৰ লগতে স্থানীয় ৰাইজে।

Byte--প্ৰতিবাদকাৰী।Body:Date: 21-08-2019

Byte--প্ৰতিবাদকাৰী।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.