ETV Bharat / state

হেমন্ত ৰাজ মৰাণক "শিশু ভাস্কৰ" উপাধি প্ৰদান - ডুমডুমা সমষ্টি

পোন প্ৰথমবাৰৰ বাবে মইনা পাৰিজাতে "শিশু ভাস্কৰ" উপাধিৰে বিভূষিত কৰিছে এগৰাকী "শিশু প্ৰেমী"ক ৷ শিশুৰ উপযোগী তেওঁৰ সৃষ্টিৰাজি আৰু অক্লান্ত কৰ্মৰাজিৰ বাবেই মইনা পাৰিজাতে পোন প্ৰথমবাৰৰ বাবে "শিশু ভাস্কৰ" উপাধিৰে হেমন্ত ৰাজ মৰাণক বিভূষিত কৰে ৷

হেমন্ত ৰাজ মৰানক "শিশু ভাস্কৰ" উপাধি প্ৰদান

author img

By

Published : Sep 24, 2020, 1:08 PM IST

শদিয়া, 24 ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতে প্ৰথমবাৰৰ বাবে "শিশু ভাস্কৰ" উপাধিৰে বিভূষিত কৰিছে এগৰাকী "শিশু প্ৰেমী"ক ৷ দীৰ্ঘ সময়ৰ পৰাই সদৌ অসম মইনা পৰিজাতৰ বিভিন্ন দায়িত্ব বহন কৰি অহা কণ্ঠশিল্পী, গীতিকাৰ , লেখক হেমন্ত ৰাজ মৰাণে নিজ উদ্যোগত শিশু উপযোগী কেইখনো শ্ৰব্য কেছেটৰ আৰু গ্ৰন্থ ৰচনা কৰিছে ৷ শিশুৰ উপযোগী তেওঁৰ সৃষ্টিৰাজি আৰু অক্লান্ত কৰ্মৰাজিৰ বাবেই মইনা পাৰিজাতে পোন প্ৰথমবাৰৰ বাবে "শিশু ভাস্কৰ" উপাধিৰে হেমন্ত ৰাজ মৰাণক বিভূষিত কৰে ৷

হেমন্ত ৰাজ মৰানক
হেমন্ত ৰাজ মৰাণক "শিশু ভাস্কৰ" উপাধি প্ৰদান

উল্লেখ্য যে, এই কাৰ্যসূচীত মৰাণক নৃত্য, গীতেৰে সম্ভাষণ জনায় স্থানীয় ৰাইজে ৷ মৰাণৰ এই কৃতিত্বত স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভুমিজে আনন্দ প্ৰকাশ কৰি মৰাণক সম্বৰ্ধনা জ্ঞাপন কৰিছে ৷

হেমন্ত ৰাজ মৰাণলৈ "শিশু ভাস্কৰ" উপাধি

লগতে পঢ়ক : ১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.