ETV Bharat / state

তিনিচুকীয়াত উদ্ধাৰ FCIৰ চাউল ভৰ্তি ট্ৰাক - চাউল ভৰ্তি ট্ৰাক চুৰি

ৰহস্যজনক অৱস্থাত গংঙ্গাবাড়ীত একাংশ লোকে প্ৰত্যক্ষ কৰে ট্ৰাকখন। ট্ৰাকখনৰ অনুসন্ধান কৰি স্থানীয় লোকে উক্ত পথটোতে হাবিৰ মাজত চাউল ভৰ্তি এটা বস্তা প্ৰত্যক্ষ কৰে ।

গংঙ্গাবাড়ীত উদ্ধাৰ FCI ৰ চাউল ভৰ্তি ট্ৰাক

author img

By

Published : Dec 27, 2019, 9:59 AM IST

ডুমডুমা, 27 ডিচেম্বৰ: বৃহস্পতিবাৰে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা AS-২৩E-৬৯৭৭ নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক তিনিচুকীয়াৰ গুদামৰ পৰা ৰূপাইৰ টিপুক সমবায় সমিতিলৈ বুলি লৈ যোৱা হয় । কিন্তু ৰহস্যজনক অৱস্থাত গংঙ্গাবাড়ীত একাংশ লোকে প্ৰত্যক্ষ কৰে ট্ৰাকখন। ট্ৰাকখনৰ অনুসন্ধান কৰি স্থানীয় লোকে উক্ত পথটোতে হাবিৰ মাজত চাউল ভৰ্তি এটা বস্তা প্ৰত্যক্ষ কৰে ।

গংঙ্গাবাড়ীত উদ্ধাৰ FCI ৰ চাউল ভৰ্তি ট্ৰাক

প্ৰত্যক্ষ দৰ্শীসকলে ট্ৰাকখনৰ চালকজনক উক্ত ঘটনা সন্দৰ্ভত সোধ-পোচ কৰে যদিও অত্যাধিক মদ্যপান কৰাৰ ফলত চালকজনে কোনো কথা উল্লেখ কৰিব নোৱাৰে ৷ সেয়ে স্থানীয় ৰাইজে উক্ত চাউলভৰ্তি ট্ৰাকখন মাকুম আৰক্ষী থানাত চমজাই দিয়ে । আনহাতে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা বিভিন্ন সমবায় লৈ বুলি লৈ অহা চাউল ভৰ্তি ট্ৰাকসমূহ প্ৰায়ে এনেদৰে সন্দেহজনকভাৱে উক্ত স্থানত ৰখাই থোৱা হয় বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: দৈজিং উৎসৱত হৰিণাৰ চোৰাং মাংস আৰু সুৰা ব্যৱসায়ঃ নৱ কুমাৰ শৰণীয়া

Intro:Date: 26-12-2019

Slug: FCI ৰ গাড়ীৰ পৰাই চুৰি হ'য় চাউল ভৰ্তি বস্তা ।

ডুমডুমাৰ গংঙ্গাবাড়ীত ধৰা পৰিল তেনে এক ঘটনা ।

V/O: ভাৰতীয় খাদ্য নিগম (FCI)ৰ তিনিচুকীয়াৰ গুদামৰ পৰা এখন চাউল ভৰ্তি ট্ৰাক ৰূপাইৰ টিপুক সমবায় সমিতিলৈ গৈ থকা অৱস্থাত মাজবাটতেই সংঘটিত হৈছে চাউল চুৰিৰ এক ঘটনা । আজি FCI ৰ তিনিচুকীয়াৰ গুদামৰ পৰা AS ২৩ E ৬৯৭৭ নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক ৰূপাইৰ টিপুক সমবায় সমিতিলৈ বুলি লৈ যোৱা হৈছিল । কিন্তু ট্ৰাকখন ৰহস্যজনক অৱস্থাত গংঙ্গাবাড়ীত একাংশ লোকে প্ৰতক্ষ্য কৰে । উক্ত স্থানত উপস্থিত হোৱা লোকসকলে ট্ৰাকখনৰ ওচৰতেই হাবিৰ মাজত চাউল ভৰ্তি এটা বস্তা প্ৰতক্ষ্য কৰে । প্ৰতক্ষ্যদৰ্শীসকলে ট্ৰাকখনৰ চালকজনক সোধ-পোচ কৰে যদিও চালকজনে অত্যাধিক মধ্যপান কৰাৰ বাবে কোনো কথা উল্লেখ নকৰাত স্থানীয় ৰাইজে উক্ত চাউলভৰ্তি ট্ৰাকখন মাকুম আৰক্ষী থানাত চমজাই দিয়ে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুহৰি, FCI ৰ গুদামৰ পৰা বিভিন্ন সমবায় লৈ বুলি ওলাই অহা চাউল ভৰ্তি ট্ৰাক সমূহ এনেদৰে সন্ধেহ জনক ভাৱে উক্ত স্থানত ৰখাই থোৱা হ'য় বুলি উল্লেখ কৰিছে ।

Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 26-12-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.