ETV Bharat / state

তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ - চক্ৰ বিষয়াৰ কাৰ্য্যালয়

তিনিচুকীয়া চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী চাহ মাজদুৰ সংঘৰ ৷ চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

Protest  tinsukia at sah majdur sangha
তিনিচুকীয়াত চাহ মাজদুৰ সংঘৰ প্ৰতিবাদ
author img

By

Published : Sep 22, 2020, 5:17 PM IST

তিনিচুকীয়া,22 ছেপ্তেম্বৰঃ চৰকাৰৰ শাসনৰ গাদীলৈ আহিল ইটোৰ পিছত সিটো দল ; কিন্তু চাহ শ্ৰমিকৰ দৈনিক মজুৰি একেই থাকিল। ৰাজনৈতিক নেতা সকলে নিৰ্বাচনৰ আগত চাহ শ্ৰমিকক লৈ প্ৰতিশ্ৰুতিৰ ওপৰত দিছিল প্ৰতিশ্ৰুতি ; কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন। যাৰ বাবে মঙলবাৰে চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত তিনিচুকীয়া চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

তিনিচুকীয়াত চাহ মাজদুৰ সংঘৰ প্ৰতিবাদ

তিনিচুকীয়া চাহ মজদুৰ সংঘৰ কাৰ্য্যালয়ৰ পৰা প্ৰায় 2 কিলোমিটাৰ পদযাত্ৰা কৰি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি কাৰ্যালয়ৰ চৌপাশৰ পৰিবেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে, চাহ শ্ৰমিক সকলে বিভিন্ন সময়ত নিজৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনায় আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে । তেঁওলোকে চৰকাৰক দাবী জনাই দৈনিক মজুৰি 167 ৰ পৰা 351 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় ৷

Protest  tinsukia at sah majdur sangha
তিনিচুকীয়াত চাহ মাজদুৰ সংঘৰ প্ৰতিবাদ
লগতে পঢ়কঃ যোৰহাট পৌৰসভাৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.