ETV Bharat / state

কিশোৰী ধৰ্ষণকাৰীক কৰায়ত্তৰ দাবীত উত্তপ্ত পৰিস্থিতি বাঘজান আৰক্ষী থানাত

author img

By

Published : Oct 13, 2019, 7:01 PM IST

এক উত্তপ্ত পৰিস্থিতি বাঘজান থানাত ৷ ধর্ষণকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ ক্ষোভতে থানাৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী আছা, আটছাৰ লগতে বহু চাহ শ্ৰমিকৰ ৷

Protest For Arrested rapeist at Baghjan Police station

শদিয়া, 13 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত এক ধৰ্ষণৰ ঘটনাৰ পাচতেই দেওবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বাঘজান আৰক্ষী থানাত ৷ ধৰ্ষণকাৰীক কৰায়ত্ব কৰাৰ দাবীত বাঘজান আৰক্ষী থানাৰ সন্মুখত দিয়ামূলী চাহ বাগিছাৰ শতাধিক পুৰুষ-মহিলা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷

উত্তপ্ত পৰিস্থিতি বাঘজান আৰক্ষী থানাত

ঘটনা অনুসৰি যোৱা 8 অক্টোবৰত বাঘজান চাহ বাগিছাৰ 28 নং চেকচনত দুটা লম্পটে দলবদ্ধ ধর্ষণ কৰিছিল এগৰাকী 13 বছৰীয়া কিশোৰীক । ধৰ্ষিতাৰ পৰিয়ালে ঘটনাৰ দিনাই বাঘজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো বাঘজান থানাৰ প্ৰভাৰী গৰাকীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখযোগ্য যে, যোৱা 8 অক্টোবৰ তাৰিখে দিঘলতৰঙৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই এখন মটৰ চাইকেলত অহা দুটা লম্পটে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । ঘটনাৰ 6 দিন উকলি যোৱাৰ পাছতো ধর্ষণকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত থানাৰ সন্মুখত বৃহৎ প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে আছা, আটছাৰ লগতে বহু চাহ শ্ৰমিকে । বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনত হত্যা, ধৰ্ষণ, ডকাইটি, অপহৰণ আদিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।

Intro:

কিশোৰী ধৰ্ষণকাৰীক কৰায়ক্তৰ দাবীত বাঘজান আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ৷

শদিয়া : ৰাজ্যত সঘনাই বৃদ্ধি পাাবলৈ ধৰিছে নাৰিজনীত ঘটনা ৷ এইবাৰ তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানা অন্তগতত হোৱা ধৰ্ষনৰ ঘটনাই আজি বাঘজান থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ধৰ্ষণকাৰীক কৰায়ক্ত কৰাৰ দাবীত বাঘজান আৰক্ষী থানাৰ সন্মূখত দিয়ামূলী চাহ বাগিচাৰ পুৰুষ-মহিলা শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।যোৱা ৮ অক্টোবৰ তাৰিখে বাঘজান চাহ বাগিচাৰ ২৮ নং চেকচনত দুটা লম্পটে দলবদ্ধ ধর্ষণ কৰিছিল ১৩ বছৰীয়া এগৰাকী কিশোৰীক । ধৰ্ষিতাৰ পৰিয়ালে ঘটনাৰ দিনাই এজাহাৰ দাখিল কৰাৰ পাছতো বাঘজান থানাৰ প্ৰভাৰী গৰাকীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখযোগ্য যে যোৱা ৮ অক্টোবৰ তাৰিখে দিঘলতৰঙৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই এখন মটৰ চাইকেলত অহা দুটা লম্পটে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । ঘটনাৰ আজি ৬ দিন পাৰ হৈ যোৱাৰ পাছতো ধর্ষণকাৰীক কৰায়ক্ত কৰিব নোৱাৰাৰ ক্ষোভত এইদৰে থানাৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰিছে আছা-আটছাৰ লগতে শ্ৰমিকসকলে । বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনত হত্যা, ধৰ্ষণ, ডকাইটি, অপহৰণ আদিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । Body:Byte : 1/ ধৰ্ষিতা ৷
2/ ধৰ্ষিতা মাতৃ ৷
3/ আটছা নেেতা ৷
4/ আৰক্ষী বিষয়া ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.