টিংখাং, 6 জানুৱাৰীঃ টিংখাঙত সোমবাৰে সমবেত হয় জিলাখনৰ হাজাৰ হাজাৰ মহিলা ৷ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সমবেত হয় মহিলাসকল । প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কিন্তু মাইক্ৰ'ফাইনেঞ্চক টকা ঘূৰাই নিদিয়ে বুলি মন্তব্য কৰে সমবেত মহিলাসকলে । উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা উলংঘা কৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰি আহিছে ৷ পৰৱৰ্তী সময়ত ঋণ পৰিশোধৰ নামত প্ৰতিটো পৰিয়ালৰ লগতে মহিলাসকলক গভীৰ সংকটলৈ ঠেলি দিয়ে । যাৰ বাবে বিগত কিছুদিনৰ পৰা এই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে গ্ৰামাঞ্চলৰ মহিলাসকল । সোমবাৰে টিংখাঙৰ ৰাজগড়ত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা । য'ত অংশগ্ৰহণ কৰে জিলাখনৰ কেইবাহাজাৰ ভুক্তভোগী মহিলাই । এইসকল মহিলাৰ এটাই কথা প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কোনো কাৰণত মাইক্ৰ'ফাইনেঞ্চৰ টকা পৰিশোধ নকৰে ।
টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ - টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ
টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ গৰ্জন ৷ দৰকাৰ হ'লে জেললৈ যাব তথাপি বিত্তীয় প্ৰতিষ্ঠানক টকা ঘূৰাই নিদিয়া হুংকাৰ প্ৰতিবাদী মহিলাসকলৰ ৷
টিংখাং, 6 জানুৱাৰীঃ টিংখাঙত সোমবাৰে সমবেত হয় জিলাখনৰ হাজাৰ হাজাৰ মহিলা ৷ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সমবেত হয় মহিলাসকল । প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কিন্তু মাইক্ৰ'ফাইনেঞ্চক টকা ঘূৰাই নিদিয়ে বুলি মন্তব্য কৰে সমবেত মহিলাসকলে । উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা উলংঘা কৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰি আহিছে ৷ পৰৱৰ্তী সময়ত ঋণ পৰিশোধৰ নামত প্ৰতিটো পৰিয়ালৰ লগতে মহিলাসকলক গভীৰ সংকটলৈ ঠেলি দিয়ে । যাৰ বাবে বিগত কিছুদিনৰ পৰা এই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে গ্ৰামাঞ্চলৰ মহিলাসকল । সোমবাৰে টিংখাঙৰ ৰাজগড়ত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা । য'ত অংশগ্ৰহণ কৰে জিলাখনৰ কেইবাহাজাৰ ভুক্তভোগী মহিলাই । এইসকল মহিলাৰ এটাই কথা প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কোনো কাৰণত মাইক্ৰ'ফাইনেঞ্চৰ টকা পৰিশোধ নকৰে ।
Body:টিংখাং- কা" বিৰুধী আন্দোলন নহয় টিংখাঙত ক্ষুদ্ৰ বৃত্তিয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সমবেত জিলাখনৰ হাজাৰ হাজাৰ মহিলা । প্ৰয়োজন হলে জেললৈ যাবলৈ সাজু কিন্তু মাইক্ৰ ফাইনেঞ্চক টকা ঘোৰাই নিদিয়ে গোটৰ মহিলাই । টকা বিচাৰি গাঁৱলৈ গলে মহিলাই পিঠি ফালিব বৃত্তীয় প্ৰতিষ্ঠানৰ ধন সংগ্ৰহ কাৰীক । এই কথা আমাৰ নহয় বৃত্তীয় প্ৰতিষ্ঠানৰ পৰা ধন লৈ সৰ্বশান্ত হোৱা ভুক্তভুগী মহিলাৰ । উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা উলংঘা কৰি ক্ষুদ্ৰ বৃত্তিয় প্ৰতিষ্ঠান সমূহে গ্ৰামাঞ্চলৰ মহিলা সকলক হিচাপ নাইকিয়াকৈ ঋণ প্ৰদান কৰি পৰৱতী সময়ত ঋণ পৰিশোধৰ নামত সা সম্পত্তি ধ্বংস কৰি প্ৰতিটো পৰিয়ালৰ লগতে মহিলা সকলক গভীৰ সংকটৰ গৰাহলৈ লৈ গল । যাৰ বাবে যোৱা কিছুদিনৰ পৰা এই বৃত্তীয় প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ মহিলা । সোমবাৰে টিংখাঙৰ ৰাজগড়ত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা । যত অংশগ্ৰহণ কৰে জিলাখনৰ কেইবাহাজাৰ ভুক্তভুগী মহিলাই । এই সকল মহিলাৰ এটাই কথা প্ৰয়োজন হলে জেললৈ যাবলৈ সাজু কোনো কাৰণত মাইক্ৰ ফাইনেঞ্চৰ টকা পৰিষোধ নকৰে ।
Byte - 1,2 প্ৰতিবাদকাৰী।
টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ