ETV Bharat / state

সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া - শ্বহীদ নগেন ডেকা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কঁপিল নাহৰকটীয়াৰ চাচনী ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ চাচনীবাসীৰ সহযোগত শনিবাৰে চাচনী মেৰবিল ৰাজহুৱা খেলপথাৰত ‘সিংহনাদ’ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

Protest against CAA at Naharkatiya
সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া
author img

By

Published : Jan 18, 2020, 7:38 PM IST

নাহৰকটীয়া, 18 জানুৱাৰীঃ ৰাজ্যত ওৰ পৰা নাই সংশোধিত নাগৰিকত্ব আইনক লৈ প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন ঠাইত উমি উমি জ্বলি আছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কঁপিল নাহৰকটীয়াৰ চাচনী ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ চাচনীবাসীৰ সহযোগত শনিবাৰে চাচনী মেৰবিল ৰাজহুৱা খেলপথাৰত ‘সিংহনাদ’ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া

উল্লেখ্য যে অসম আন্দোলনত তেল অৱৰোধ কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা চাচনীৰ দুজনকৈ শ্বহীদ নগেন ডেকা আৰু অজিৎ নেওগৰ সোঁৱৰণত চাচনীবাসীয়ে প্ৰতি বছৰে ১৮ জানুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে স্মৰণ কৰে ৷ এই শ্বহীদ দিৱসতে শনিবাৰে নাগৰিকত্ব আইন বিৰোধী ‘সিংহনাদ’ কাৰ্যসূচী ৰূপায়ন কৰে বৃহত্তৰ চাচনীবাসীয়ে ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চাচনীৰ প্ৰতিঘৰ মানুহে সদৌ অসম ছাত্ৰ সন্থালৈ আগবঢ়াই এডোনকৈ ধান ৷ এই প্ৰতিবাদী সভাত নাগৰিকত্ব আইন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ ৷ এই প্ৰতিবাদী জনসভাত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে ৷

আৰু পঢ়কঃ২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

Intro:নাহৰকটীয়াত সিংহনাদঃ দহ সহস্ৰাধিক জনতাৰ কন্ঠই কপালে চাচনী মেৰবিলঃ

CAA বিৰোধী প্ৰতিবাদেৰে কপিল নাহৰকটীয়াৰ চাচনী৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ চাচনী বাসী ৰাইজৰ সহযোগত আজি চাচনী মেৰবিল ৰাজহুৱা খেলপথাৰত সিংহনাদ কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে অসম আন্দোলনত তেল অৱৰোধ কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা চাচনীৰ দুজনকৈ শ্বহীদ ক্ৰমে নগেন ডেকা আৰু অজিৎ নেওগক সুঁৱৰি চাচনী বাসীয়ে প্ৰতি বছৰে ১৮ জানুৱাৰী তাৰিখে শ্বহীদ দিৱস হিছাপে পালন কৰি আহিছে আৰু আজিৰ দিনটোতে অনুস্থিত সিংহনাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰায় দহ সহস্ৰাধিক লোক উলাই আহে আনহাতে চাচনী বাসীয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ প্ৰতিঘৰ লোকে আগবঢ়োৱা এডোনকৈ ধান এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থালৈ আগবঢ়াই৷ প্ৰায় ৭২ খন ৰাজহ গাৱেৰে গঠিত চাচনী মৌজাত প্ৰতিঘৰৰ লোকে আগবঢ়োৱা সৰ্বমুঠ ধানৰ বজাৰৰ মূল্য হব ৪ লাখ টকা৷
Byte : Lurinjyoti
------মিনহাজ আহমেদ, নাহৰকটীয়াBody:DOConclusion:DO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.