ETV Bharat / state

২ নৱেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

author img

By

Published : Oct 19, 2020, 11:03 PM IST

বৈঠকৰ পাছতেই এখন সংবাদমেল আয়োজন কৰি দাবীসমূহ সদৰি কৰে জিলা সভাপতি বাবু শইকীয়াই ৷

Press Conference of sangrami yuba satra parishad
২ নৱেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

তিনিচুকীয়া, 19 নৱেম্বৰ : তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে হিযুগুৰিস্থিত জিলা সমিতিৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে । উক্ত সভাত জিলা সমিতিৰ সভাপতি বাবু শইকীয়া আৰু সম্পাদক ধুনু গগৈকে আদি কৰি কেইবাজনো বিষয়ববীয়াৰ উপস্থিত থাকে । কাৰ্যনিৰ্বাহক সভাত পৰিষদে 10 টা গুৰুত্বপূৰ্ণ দাবীক লৈ ২ নৱেম্বৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে । এই কাৰ্যসূচী তিনিচুকীয়া জিলাৰ অন্তৰ্গত সকলো আঞ্চলিকসমূহত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা সভাপতি বাবু শইকীয়া আৰু সম্পাদক ধুনু গগৈয়ে। বৈঠকৰ পাছতেই এখন সংবাদমেল আয়োজন কৰি দাবীসমূহ সদৰি কৰে জিলা সভাপতি বাবু শইকীয়াই ৷

লগতে পঢ়ক : নলবাৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও সচেতন মহিলা মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.