ETV Bharat / state

সমস্যাৰে জৰ্জৰিত শদিয়াৰ এখন গাঁও

author img

By

Published : Dec 13, 2020, 8:40 AM IST

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনি আলি মিলনপুৰ গাঁৱৰ দুৰাৱস্থা ৷ গাঁওখনত নাই কোনো স্বাস্থ্য কেন্দ্ৰ, নাই কোনো বিদ্যালয় ৷ শীঘ্ৰেই গাঁৱৰ সমস্যাসমূহ সমাধানৰ দাবী গাঁওবাসীৰ ৷

sadia village poor condition
সমস্যাৰে জৰ্জৰিত শদিয়াৰ এখন গাঁও

শদিয়া,13 ডিচেম্বৰ : মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও ৷ তিনি আলি মিলনপুৰ নামৰ গাঁওখনৰ পথৰ দুৰাৱস্থা ৷ সমস্যাৰে জৰ্জৰিত গাঁওখনত নাই কোনো স্বাস্থ্য কেন্দ্ৰ, নাই কোনো বিদ্যালয় ৷

sadia village poor condition
সমস্যাৰে জৰ্জৰিত শদিয়াৰ এখন গাঁও

মুঠ 60-70 ঘৰ বাসিন্দা থকা গাঁওখনত আজিলৈকে ভৰি দি পোৱা নাই বিধায়ক, সাংসদ নতুবা কোনো জনপ্ৰতিনিধিয়ে ৷ লগতে অনাময় আঁচনিয়েও ঢুকি পোৱা নাই গাঁওবাসীক ৷ গাঁওখনক নিজৰ পঞ্চায়ত বুলি কাগজে-কলমে স্বাক্ষৰ কৰা কৈলাশপুৰ পঞ্চায়ত কাৰ্যালয়ত ওলমি আছে 100 % অনাময় আঁচনিৰ বেনাৰ ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত 1970 চনতে স্থাপন হোৱা গাঁওখনৰ সমস্যাসমূহ সমাধানৰ দাবীত শনিবাৰে ৰাজপথলৈ ওলাই আহে গাঁওবাসী ৷ শীঘ্ৰেই গাঁৱৰ সমস্যাসমূহ সমাধানৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : ১৪ ডিচেম্বৰৰ পৰা ৰাজ্যত চলিব স্থানীয় যাত্ৰীবাহী ৰে'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.