ETV Bharat / state

তিনিচুকীয়াত ব্ৰাউন চুগাৰসহ এজনক আটক

এখন নম্বৰ প্লেটবিহীন VENUE গাড়ীত কঢ়িয়াই অনা হৈছিল ব্ৰাউন চুগাৰ ৷ আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰখিনি জব্দ কৰাৰ লগতে আটক কৰে এজন ব্যক্তি ৷ আটকাধীন ব্যক্তি গৰাকী তিনিচুকীয়াৰ হিযুগুৰিৰ হেদাযৎপুৰ নিবাসী ফাৰুক আহমেদ ৷

author img

By

Published : Mar 25, 2021, 6:06 PM IST

One arrested with drugs at Tinsukia
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ এজনক আটক

তিনিচুকীয়া,25 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে তিনিচুকীয়াৰ হিযুগুৰিৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তথ্য অনুসৰি, ধৃত ব্যক্তিগৰাকীৰ পৰা প্ৰায় 12 গ্ৰাম ব্ৰাউন চুগাৰৰ লগতে 40 হাজাৰ টকা জব্দ কৰা হৈছে ৷ আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত আটক কৰা হয় ধৃত যুৱকজনক ৷

উল্লেখ্য যে, আটকাধীন ব্যক্তিগৰাকীয়ে এখন নম্বৰ প্লেটবিহীন VENUE গাড়ীত কঢ়িয়াই আনিছিল ব্ৰাউন চুগাৰখিনি ৷ আটকাধীন ব্যক্তিগৰাকী তিনিচুকীয়াৰ হিযুগুৰিৰ হেদাযৎপুৰৰ নিবাসী ফাৰুক আহমেদ ৷

লগতে পঢ়কঃ লখিমপুৰত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.