ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া, জানি লওক আজিৰ ৰাশিফলৰ জৰিয়তে...

Daily Horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 4:47 AM IST

মেষ ৰাশি : দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : দিনটো শুভ ৷ নাম আৰু সুনাম বৃদ্ধি ৷ ব্যৱসায়ত সফল ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ সন্তানৰ যত্ন লওক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ জীৱনত ভাল ফল লাভ ৷ মনোৰঞ্জনৰ নামত খৰচ বৃদ্ধি হʼব পাৰে ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত সফল ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে । বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷ মানসিক স্বাস্থ্য ভাল ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে, হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত পাৰ্টী হʼব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ শান্ত হৈ কর্ম কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷

ধনু ৰাশি : দিনটো শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে, সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমত শুভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

কুম্ভ ৰাশি : দিন শুভ ৷ মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে; তথাপিও প্ৰায় সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : ব্যৱসায় বা কর্ম মনোযোগ দিয়ক ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.