ETV Bharat / state

NSCN(R)ৰ সদস্যই হত্যা কৰিলে এজনক

অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁ‌ৱৰ ৱিংখেং চলঠিঙৰ পুত্ৰ হেংকন চলঠিঙ(৩৭)ক বাঁ‌হৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ।

NSCN(R)ৰ সদস্যই হত্যা কৰিলে এজনক
author img

By

Published : Aug 28, 2019, 1:05 PM IST

মাৰ্ঘেৰিটা, 28 আগষ্টঃ এন এছ চি এন (আৰ)ৰ সদস্যই অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁ‌ৱৰ ৱিংখেং চলঠিঙৰ পুত্ৰ হেংকন চলঠিঙ(৩৭)ক বাঁ‌হৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । জানিব পৰা মতে এন এছ চি এন (কে) গোটৰ হৈ ধন সংগ্ৰহৰ অভিযোগৰ দোহাই দি এন এছ চি এন (আৰ)ৰ সদস্যই হেংকনক এইদৰে নিৰ্মমভাৱে মৰিয়াই হত্যা কৰে ।
এই ঘটনাৰ পিছতে হেংকনক মেডিকেললৈ নিয়া হৈছিল যদিও নিশা 10:30 বজাত তেওঁৰ মৃত্যু হয় ৷ নিশায়ে পৰিয়ালৰ লোকে হেংকনক ঘৰলৈ লৈ যায় ৷

জানিব পৰা মতে, গাঁৱৰ লোকে পৰিয়ালৰ লোকক আৰক্ষীৰ ওচৰত গোচৰ তৰিবলৈ অনুৰোধ কৰিছে যদিও মান্তি হোৱা নাই পৰিয়ালৰ লোক ৷

Intro:Body:

Breaking margherita-এন এছ চি এন (আৰ)ৰ সদস্যই অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁ‌ৱৰ ৱিংখেং চলঠিঙৰ পুত্ৰ হেংকন চলঠিঙ(৩৭)ক বাঁ‌হৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ এক সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এন এছ চি এন কে গোঠৰ হৈ অৰ্থ সংগ্ৰহৰ অভিযোগৰ দোহাই দি এন এছ চি এন (আৰ)ৰ সদস্যই হেংকনক এইদৰে নিৰ্মমভাৱে মৰিয়াই হত্যা কৰে।

মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ

Sir ,It been learnt from sources that on 26.8.19 night, one Hangkon Solthing, 37 years approx, S/O Sh. Wingkheng Solthing of Vill Jongji Havi, Circle Khimyong was killed by cadres of NSCN/R by assaulting him with club (lathi) in vill Longlung, circle Kantang, Changlang Distt. The deceased was being alleged by the outfit of collecting money from the village for NSCN/K Khango Konyak faction. Deceased was reportedly brought to Clg Medical at night @ 2220 hours who succumbed to his injuries and taken to Jongji Havi vill at night itself by his family members. Deceased's parents and villagers being pursued for lodging formal complaint for registration of case and for allowing police to bring back the body for PM etc.

মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.