ETV Bharat / state

কাকপথাৰত পথ নিৰ্মাণৰ দাবীত অনিৰ্দিষ্টকালীন ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Oct 3, 2020, 6:46 PM IST

"বলিন চেতিয়া হুছিয়াৰ, প্ৰদান বৰুৱা গ' বেক, বিজেপি চৰকাৰ হুছিয়াৰ" ইত্যাদি শ্লগানে পৰিবেশ উত্তাল কৰি তোলা প্ৰতিবাদকাৰীয়ে গড়কাপ্তানি বিভাগৰ অভিযন্তা আহি পথটো পৰ্যবেক্ষণ কৰি কাম আৰম্ভ কৰিলেহে পথ অবৰোধ প্ৰত্যাহাৰ কৰাৰ কথা স্পৰ্ষ্ট কৰি দিয়ে ৷

nh15-road-block-at-kakopather
কাকপথাৰত পথ নিৰ্মাণৰ দাবীত অনিৰ্দিষ্টকালীন ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

শদিয়া,3 অক্টোবৰ : কাকপথাৰৰ অসম-অৰুণাচল প্ৰদেশ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুমেচাই হৈ দ-পথাৰ সংযোগী পথটো নিৰ্মাণৰ দাবীত শনিবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে শতাধিক ৰাইজে ৷

শ শ বছৰ গৰকা গাঁওখনৰ উক্ত পছছোৱা নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী, গড়কাপ্তানি মন্ত্ৰী, স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াক আবেদন নিবেদন কৰি আহিছিল যদিও প্ৰতিশ্ৰুতিৰ বাহিৰে একো নিদিয়াৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে ৷

"বলিন চেতিয়া হুছিয়াৰ, প্ৰদান বৰুৱা গ' বেক, বিজেপি চৰকাৰ হুছিয়াৰ" ইত্যাদি শ্লগানে পৰিবেশ উত্তাল কৰি তোলা প্ৰতিবাদকাৰীয়ে গড়কাপ্তানি বিভাগৰ অভিযন্তা আহি পথটো পৰ্যবেক্ষণ কৰি কাম আৰম্ভ কৰিলেহে পথ অবৰোধ প্ৰত্যাহাৰ কৰাৰ কথা স্পৰ্ষ্ট কৰি দিয়ে ৷ তিনিচুকীয়া জিলা প্ৰশাসনে শ শ প্ৰতিবাদকাৰী গাঁওবাসীক কি পন্থাৰে হস্তক্ষেপ কৰি পথ অবৰোধ প্ৰত্যাহাৰ কৰে সেইয়া লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক: বুলন্দচহৰত ধৰ্ষণৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.